১৫০০ ৰ মাজৰ পৰা এটা নাম

Share This Article

ঘোষণা হ’ল গোলাম নবীৰ দলৰ নাম

নতুন দলৰ নাম
ডেমক্ৰেটিক আজাদ পাৰ্টি

-দলটোৰ সদস্যৰ ক্ষেত্ৰত নাথাকিব কোনো বয়সৰ সীমা

বিগত ২৬ আগষ্টত কংগ্ৰেছ দল ত্যাগ কৰিছিল আজাদে

দলৰ নামাকৰণৰ বাবে মুঠ ১৫০০ নাম পাইছিল আজাদে

হিন্দী,উৰ্দু আৰু সংস্কৃত ভাষাৰ নাম পঠিয়াইছিল বহুতেই

“আমালৈ শুভাকাংক্ষীয়ে প্ৰায় ১৫০০ নাম প্ৰেৰণ কৰিছিল৷কিন্তু আমি গণতান্ত্ৰিক,শান্তিপ্ৰিয় আৰু স্বাধীনতাক প্ৰতিনিধিত্ব কৰা নাম বিচাৰিছিলোঁ”- এনেদৰে এএনআইক মন্তব্য কৰে প্ৰাক্তন কংগ্ৰেছ নেতাগৰাকীয়ে৷

“আমাৰ প্ৰধান লক্ষ্য হ’ল দলটো পঞ্জীয়ন কৰা”-এনেদৰে কয় আজাদে৷
গোলাম নবী আজাদ আছিল কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা৷

২৩গৰাকী জ্যেষ্ঠ সদস্যৰ অন্যতম আছিল আজাদ৷

G-23ৰ সদস্য আছিল গোলাম নবী আজাদ৷

কংগ্ৰেছ দলৰ সংস্কাৰৰ দাবী জনাইছিল গোলাম নবী আজাদে৷চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত আজাদৰ ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যকালৰ অন্ত পৰে

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.