দেশৰ কনিষ্ঠতম মেয়ৰ বিবাহপাশত আৱদ্ধ হ’ল ৰাজ্যৰ কনিষ্ঠতম বিধায়কৰ সৈতে৷

Share This Article

দুজন কনিষ্ঠতম ৰাজনীতিকৰ বিয়া

দৰা-কইনা দুয়ো ৰাজ্যৰ কনিষ্ঠ মেয়ৰ তথা বিধায়ক

দেশৰ কনিষ্ঠতম মেয়ৰ বিবাহপাশত আৱদ্ধ হ’ল ৰাজ্যৰ কনিষ্ঠতম বিধায়কৰ সৈতে৷

দৰা-কইনা দুয়ো কেৰালাৰ৷

কইনাৰ বয়স ২১ বছৰ৷
তেওঁ কেৰালাৰ ত্ৰিৰুৱন্তপুৰমৰ মেয়ৰ

মাত্ৰ ২১বছৰ বয়সৰ দেশৰ কনিষ্ঠতম মেয়ৰগৰাকী
চিপিএম দলৰ নেত্ৰী , নাম আৰ্য ৰাজেন্দ্ৰন

আনহাতে,দৰা কেৰালাৰ কনিষ্ঠতম বিধায়ক শচীন দেৱ৷

তেওঁ চিপিএমৰ ছাত্ৰ সংগঠন এছ এফ আইৰ নেতা

ৰাজনীতিৰ লগত জড়িত ৰাজ্যৰ সৰ্বকনিষ্ঠ দৰা-কইনাৰ বিবাহে ৰাজনীতিত বিশেষ চৰ্চা লাভ কৰিছে৷

দেওবাৰে একেবাৰে অনাড়ম্বৰভাৱে অনুষ্ঠিত হয় বিয়াখন

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে দেওবাৰৰ বিবাহ অনুষ্ঠানত উপস্থিত থাকি দৰা-কইনাক আশীৰ্বাদ দিয়ে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.