কাইলৈৰ পৰা সাধাৰণ যাত্ৰীৰ বাবে আৰম্ভ হব ৰেলসেৱা।

Share This Article

কাইলৈৰ পৰা সাধাৰণ যাত্ৰীৰ বাবে আৰম্ভ হব ৰেলসেৱা। প্ৰাৰম্ভিক অৱস্থাত বিভিন্ন স্থানৰ পৰা ১৫ খন ৰেল চলিব আৰু অনলাইন টিকটৰ বাবে IRCTC ৱেবচাইট ইতিমধ্যে মুকলি কৰি দিয়া হৈছে।সন্ধিয়া ৭.৩০ বজালৈ মুঠ ১৮ হাজাৰ টিকট বুকিং হোৱা বুলি ভাৰতীয় ৰেলৱেৰ তৰফৰ পৰা জানিবলৈ দিছে। প্ৰতিখন ৰেলত থাকিব ১৭০০ কৈ যাত্ৰী ।ইফালে,অসমলৈও অহা ২৫ মে’ৰ আগতে কমেও ১০,০০০ যাত্ৰী সাধাৰণ আৰু শ্ৰমিক স্পেচিয়েল ৰেলযোগে যাত্ৰী আহিব।

Share This Article
The CrossCurrent Bureau
The CrossCurrent Bureau