দেশৰ প্ৰখ্যাত গায়ক তথা সুৰকাৰ বাপ্পী লাহিড়ী আৰু নাই…

Share This Article

দেশৰ প্ৰখ্যাত গায়ক তথা সুৰকাৰ বাপ্পী লাহিড়ী আৰু নাই। ৬৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বাপ্পী লাহিড়ীয়ে। ৮০ আৰু ৯০ দশকত বলিউড জগতত নিজৰ কণ্ঠৰ জৰিয়তে খলকনি তুলিছিল বাপ্পীয়ে।মুম্বাইৰ এখন হাস্পতালত দেহাৱসান ঘটে সোণৰ গহনা ভাল পোৱা কণ্ঠশিল্পীগৰাকীয়ে। সোণৰ গহনাৰ প্ৰতি থকা বিশেষ আকৰ্ষণৰ বাবেও বিখ্যাত আছিল বাপ্পী লাহিড়ী। বাপ্পী লাহিড়ী মৃত্যুত সমগ্র দেশৰ লগতে বলিউড জগততো শোকৰ ছাঁ পৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.