মাহ মাৰ্চ 2022

TRP ৰ বাবে কি কৰিব নোৱাৰে অৰ্ণৱ গোস্বামীয়ে?

যোৱা দুটা বছৰে বন্ধ আছিল News চেনেল সমূহৰ TRP মূল্যায়ন।কাৰণ News চেনেল সমূহৰ TRP মূল্যায়ন কৰা BARC অৰ্থাৎ Broadcast Audience Research Council India নিজেই ভ্ৰষ্টাচাৰৰ অভিযোগত অভিযুক্ত হৈছিল।news চেনেল সমূহে বৃহৎ সংখ্যক ধনৰ বিনিময়ত নিজৰ TRP বৃদ্ধি কৰিছিল।এই ভ্ৰষ্টাচাৰত সোমাই…

সুদ ভৰি ভৰি সৰ্বস্বান্ত হ’ব নেকি হিমন্ত বিশ্ব শৰ্মা?

৫ বছৰত সুদৰ নামতেই যাব ৫৫ হাজাৰ কোটি টকা৷হয়,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ অসম চৰকাৰে আগন্তুক ৫ টা বছৰত সুদৰ নামত ভৰিব ৫৫ হাজাৰ কোটি টকা৷কিন্তু কিয়?এই সন্দর্ভত আজি দৈনিক অসম কাকতত এক বিশেষ প্ৰতিবেদন লিখিছে সাংবাদিক জীতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে৷তাৰেই আধাৰত…

বিশ্বগুৰুৰ দেশ কিয় হ’ব নোৱাৰে ভাৰত?

আপুনি কল্পনা কৰিব পাৰেনে যে দেশৰ প্ৰতি ১০০ জন যুৱকৰ ২৫ জনৰে হাতত নাই কোনো কৰ্মসংস্থাপন? বা আপুনি কল্পনা কৰিব পাৰেনে দেশৰ কোনোবা ৰাজ্যত প্ৰতি ১০০ জন যুৱকৰ ভিতৰত ৪৭ জনৰে নাই কোনো কৰ্মসংস্থাপন? কৈ থকা হৈছে পাঁচ ট্ৰিলিয়ন অৰ্থনীতিৰ…

৩৯ টা নিৰ্বাচনত পৰাজয়ৰ পাছত কি ক’লে কংগ্ৰেছ নেতাই ?

কংগ্ৰেছত সৃষ্টি হোৱা বিদ্ৰোহে ক্ৰমাৎ প্ৰবল ৰূপ ধাৰণ কৰিছে ৷ গ্ৰুপ ২৩ ৰ বৈঠকত গান্ধী পৰিয়ালৰ নেতৃত্বৰ ওপৰত মুকলি প্ৰশ্নৰ উত্থাপণ হোৱাৰ পাছত এইবাৰ ইজনৰ পাছত সিজন জ্যেষ্ঠ নেতাই মুখ খুলিবলৈ আৰম্ভ কৰিছে ৷ মণীষ তিৱাৰী , পি চিদাম্বৰমৰ দৰে…

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ কেতিয়া আৰু কেনেকৈ সমাপ্ত হ’ব পাৰে?

প্ৰায় তিনি সপ্তাহ ধৰি চলি আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ।কোনেও যুদ্ধ ক্ষেত্ৰৰ পৰা আঁতৰি অহাৰ মনোভাব এইমুহূৰ্তৰলৈকে দেখুওৱা নাই।সেয়ে বিশ্ব সম্প্ৰদায়ৰ মুখত এতিয়া এটাই প্ৰশ্ন যে যুদ্ধ কেতিয়া আৰু কেনেকৈ সমাপ্ত হ’ব? তাত্ত্বিকভাৱে, যেতিয়া এটা পক্ষৰ নিৰ্ণায়ক বিজয় হয় বা…

ফেচবুকে কেনেকৈ সহায় কৰে বিজেপিক?

বিজেপিৰ পৰম বন্ধু ফেচবুক৷ বিজেপি আৰু ফেচবুকৰ গোপন মিতিৰালী সন্দর্ভত ইতিমধ্যে কেইবাখনো প্ৰতিবেদন প্ৰকাশ কৰিছে আলজাজিৰাই৷ সেই গোপন মিতিৰালীৰ সুযোগতেই নির্বাচনৰ সময়ত ফেচবুকৰ জৰিয়তে বিশাল সুবিধা আদায় কৰি আহিছে বিজেপিয়ে৷আলজাজিৰাৰ শেহতীয়া এক প্ৰতিবেদনত প্ৰকাশ পাইছে,যে ফেচবুকে অন্যান্য ৰাজনৈতিক দলতকৈ বহুগুনে…

চৰকাৰী আঁচনিৰ নামত চান্দা সংগ্ৰহ কিয় বিজেপিৰ?

চৰকাৰী আঁচনিৰ নামত দলীয় পুজি সংগ্ৰহ কৰিছে বিজেপিয়ে৷ শেহতীয়া সময়ত চান্দা সংস্কৃতিৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক৷ চান্দা সংগ্ৰহ কৰি বিহু নাপাতিবলৈও আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে৷ কিন্তু সেইখিনি সময়তে বিজেপিৰ বিৰুদ্ধে উঠিছে মহাঅভিযোগ৷ সেয়া হৈছে চৰকাৰী…

গ্ৰুপ ২৩ ৰ বিদ্ৰোহত উফৰিব নেকি গান্ধী পৰিয়াল?

কংগ্ৰেছৰ নেতৃত্বত এফালে গান্ধী পৰিয়াল , আনফালে গ্ৰুপ ২৩ ৷ দুয়োটা শিবিৰৰ মাজত সৃষ্টি হৈছে ব্যাপক সংঘাত ৷ গ্ৰুপ ২৩ য়ে বিচাৰিছে কংগ্ৰেছ নেতৃত্বৰ আমূল পৰিৱৰ্তন ৷ আনটো শিবিৰে বিচাৰিছে নেতৃত্বত থাকক গান্ধী পৰিয়াল ৷ কংগ্ৰেছৰ ভিতৰচ’ৰাৰ এই শীতল সংঘাতে…

বিমানবন্দৰত জ্যেষ্ঠ আই পি এছ বিষয়াৰ চুইটকেছত ওলাল সেউজীয়া মটৰ

জ্যেষ্ঠ আই পি এছ বিষয়া তথা তামিলনাডুৰ পৰিবহন আয়ুক্ত অৰুণ বথৰাই বিগত বুধবাৰে নিজৰ টুইটাৰ একাউণ্টত এখন ফটো প্ৰকাশ কৰে। ফটো খন আছিল সেউজীয়া মটৰ ভর্তি এটা চুইটকেছৰ। জয়পুৰ বিমানবন্দৰত তেওঁৰ চুইটকেছ পৰীক্ষাৰ সময়ত স্কেনাৰত সন্দেহজনক সংকেত অহাত তেওঁক চুইটকেছটো…