Investigative reporting with dedication.
থলুৱা নিবনুৱাৰ সংস্থাপনৰ বাবে আইনী যুঁজত নমা এখন চৰকাৰ-

এখন চৰকাৰ৷চৰকাৰৰ ইচ্ছা,সর্বাধিক থলুৱা লোকেহে চাকৰি পাব লাগিব ৰাজ্যখনৰ নিয়োগ ক্ষেত্ৰ সমূহত৷সকলো উদ্যোগ,কার্যালয়ত নিশ্চিত হব লাগিব থলুৱাৰ নিযুক্তি৷অসমত এপিএছচিৰ পৰা অসমীয়া ভাষাৰ কাকত বাতিল কৰি অসমীয়া নজনা প্ৰার্থীক সুবিধা কৰি দিয়া হল৷কেৱল সিমানেই নহয়,অসমৰ বিভিন্ন নিয়োগ ক্ষেত্ৰত বিভিন্ন সময়ত বহিৰাগত…










