মাহ ফেব্ৰুৱাৰী 2022

এইবাৰ আমেৰিকাৰ ৰোষত পৰিব নেকি যোগী আদিত্যনাথ?

এনকাউন্টাৰৰ বিচাৰ হব এইবাৰ আমেৰিকাত৷শেহতীয়া সময়খিনিত অসমত সংঘটিত হৈছে প্ৰায় ৮০ ৰো অধিক এনকাউন্টাৰ৷এনকাউন্টাৰত প্ৰাণ গৈছে বহুকেইজন অভিযুক্তৰো৷কেইবাটাও এনকাউন্টাৰ সোমাই পৰিছে বিতর্ক আবর্তত৷সেইবাবেই বিভিন্ন সময়ত,এনকাউন্টাৰক লৈও তদন্তৰ দাবী কৰি আহিছে বিভিন্ন পক্ষই ৷ অসমৰ দৰেই এনকাউন্টাৰে জোকাৰি যোৱা দেশৰ আন…

প্ৰতিলিটাৰ পেট্ৰ’ল-ডিজেলত বৃদ্ধি পাব ২০ টকা পৰ্যন্ত মূল্য

দেশত মূল্যবৃদ্ধিৰ এক ধুমুহা আহিবলৈ গৈ আছে।ইয়াৰ বাবে সকলো সাজু হ’বৰ হ’ল।পেট্ৰল,ডিজেল,ৰন্ধন গেছ,বিজুলী সকলোতে ভয়ানকভাবে বৃদ্ধি পাব মূল্য।প্ৰতি লিটাৰ পেট্ৰ’ল,ডিজেলত ২০ টকা পৰ্যন্ত মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আহি পৰিছে।কিন্তু ইয়াৰ বাবে চৰকাৰৰ ওচৰত কোনো পৰিকল্পনা নাই।ই উচ্চ মধ্য নিম্ন সকলো…

ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত সন্দর্ভত ভাৰতৰ স্থিতিক লৈ কিয় চর্চা হৈছে বিশ্বত?

আমেৰিকাকো জগৰ লব নোৱাৰে ভাৰতে৷ৰাছিয়াকো কৰিব নোৱাৰে বিৰোধিতা৷পৰিণতিত বিশ্বগুৰু আকৌ এবাৰ চর্চিত হৈছে বিশ্বত৷চর্চাৰ কাৰণ,ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত সন্দর্ভত ভাৰতে গ্ৰহন কৰা স্থিতি৷কিন্তু ৰাছিয়া-ইউক্ৰেইন সন্দর্ভত এনে কি স্থিতি গ্ৰহন কৰিলে ভাৰতে,কিয় এনে স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হল ভাৰত,যাৰ বাবে ভাৰতৰ স্থিতিক লৈ…

বিহাৰতো পতন ঘটিব নেকি এন ডি এ চৰকাৰৰ?

অপেক্ষা ১০ মাৰ্চলৈ ৷ ১০ মাৰ্চত ঘোষণা হ’ব উত্তৰ প্ৰদেশসহ দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ উত্তৰ প্ৰদেশত যদিহে বিজেপি ক্ষমতাচ্যুত হয় , তেনেহ’লে নিশাটোৰ ভিতৰতে সলনি হৈ যাব পাৰে দেশৰ সকলো ৰাজনৈতিক সমীকৰণ ৷ এন ডি এৰ পুৰণি…

মোদীৰ গুজৰাটত ৬ হাজাৰ কৌটি টকাৰ কয়লা কেলেংকাৰি

ভাৰতৰ ইতিহাসৰ সৰ্ববৃহৎ কয়লা কেলেংকাৰিৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ বিগত ১৪ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাটত সংঘটিত হৈছে এই বৃহৎ দুৰ্নীতি ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম দৈনিক ভাস্কৰৰ অনুসন্ধানত এই কেলেংকাৰি প্ৰথমবাৰৰ বাবে ধৰা পৰিছে ৷ দৈনিক ভাস্কৰত প্ৰকাশিত…

মহাৰাষ্ট্ৰৰ সংখ্যালঘু উন্নয়ন মন্ত্ৰী নৱাব মালিকক কিয় গ্ৰেপ্তাৰ কৰিলে ইডিয়ে?

ৰাজপথতফটকা ফুটাই বিজেপি কর্মীয়ে হর্ষোল্লাষ কৰিছে মহাৰাষ্ট্ৰত৷কাৰণ ৫ ৰাজ্যৰ নির্বাচনৰ চতুর্থ পর্যায়ৰ নির্বাচনৰ দিনাই আহিল এটা বিগ ব্ৰেকিং ৰাজনৈতিক বাতৰি৷সেইয়া হৈছে,ইডিয়ে গ্ৰেপ্তাৰ কৰিলে মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰী নবাব মালিকক৷ গ্ৰেপ্তাৰ হৈছে মহাৰাষ্ট্ৰৰ সংখ্যালঘু উন্নয়ন মন্ত্ৰী মৱাব মালিকক গ্ৰেপ্তাৰ কৰে ইডিয়ে৷নেচনেলিষ্ট কংগ্ৰেছ…

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষার্থীলৈ সহাৰি নাই কিয় ভাৰত চৰকাৰৰ?

অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ আশংকা। ইতিমধ্যে ৰাছিয়াৰ সেনাই দখল কৰিছে ইউক্ৰেইনৰ লুহান্স আৰু দনেটস্ক নামৰ দুই অঞ্চল। সেয়েহে শংকিত হৈ পৰিছে অঞ্চলটোত আবদ্ধ স্থানীয় লোকৰ ওপৰিও বহুত ভাৰতীয় শিক্ষাৰ্থী তথা তেওঁলোকৰ পৰিয়াল। তাৰ মাজৰ এজন ছাত্ৰ হ’ল…

কাজিৰঙালৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আহিব বাবেই পৰ্যটকৰ বাবে বন্ধ থাকিব হাতী-জীপ চাফাৰী

কাজিৰঙালৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। কাজিৰঙাত নিৰ্মান হ’ব লগীয়া ৩৬ কিঃমিঃ দৈৰ্ঘ্যৰ বিশ্বৰ অন্যতম বৃহৎ উৰণীয়া হেঁতুৰ প্ৰাৰম্ভিক কাম-কাজৰ বুজ ল’বলৈ আহিব ৰাষ্ট্ৰীপতিগৰাকী। ৰামনাথ কোবিন্দৰ আগমণৰ বাবে ২৬ আৰু ২৭ ফেব্রুৱাৰীত কাজিৰঙাৰ হাতী-জীপ চাফাৰী পৰ্যটকৰ বাবে বন্ধ থাকিব। ২৬…

তৃতীয় বিশ্বযুদ্ধ হ’লে ভাৰত আৰু চীনে কাৰ পক্ষ ল’ব ?

ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘাতে ক্ৰমাৎ চৰম ৰূপ ধাৰণ কৰিছে ৷ শংকিত হৈ পৰিছে বিশ্ব সম্প্ৰদায় ৷ প্ৰায় সকলো দেশেই নিজৰ নাগৰিকসকলক ইউক্ৰেইন ত্যাগ কৰিবলৈ পৰামৰ্শ দিছে ৷ তাৰ পাছতে ৰাছিয়াই ইউক্ৰেইনৰ দুটা প্ৰান্তক স্বাধীন দেশ হিচাপে ঘোষণা কৰিছে ৷ দুয়োখন…

কিমান উপাৰ্জন দেখুৱাই জুবিনে লৈছিল হাউছিঙৰ ফ্লেট ?

দুখীয়া আৰু নিম্ন আয়ৰ লোকৰ বাবে গুৱাহাটীত নিৰ্মিত ফ্লেট লাভ কৰিছিল ৰাজনৈতিক নেতা – পালিনেতাই ৷ কেৱল সেয়াই নহয় , হাউছিঙ বৰ্ডৰ ফ্লেট চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু উদ্যোগ বিভাগৰ সহকাৰী প্ৰবন্ধকক হাউছিঙৰ ফ্লেট দিবলৈ চুপাৰিশ কৰিছিল এতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী আৰু…