Investigative reporting with dedication.
তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত যোগী নে অখিলেশ আগত ?

দেওবাৰে সম্পন্ন হৈ গ’ল উত্তৰ প্ৰদেশৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ এইদৰে এতিয়ালৈকে মুঠ ১৭২ টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ যায় ৷ বিগত ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত এই ১৭২ টা সমষ্টিৰ ১৪০ টাতে বিজেপিয়ে বিজয় সাব্যস্ত কৰিছিল ৷ বিৰোধীৰ হাতত…










