Investigative reporting with dedication.
ৰাহুল গান্ধীৰ সৈতে মুচকান খানৰ ভূৱা ফটোৰ প্ৰচাৰ চলাইছে কোনে?

মুছকান খানক লৈ আৰম্ভ হল ৰাজনীতি৷মুছকান খান কনার্টকৰ এগৰাকী শিক্ষার্থী৷কলেজলৈ হিজাব পৰিধান কৰি কলেজলৈ গৈছিল মুছকান খান৷তেতিয়াই গেৰুৱা বসন পিন্ধা এদল শিক্ষার্থীয়ে জয় শ্ৰীৰাম শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে মুছকান খানৰ সন্মুখত৷মুছকান খানেও আল্লাহু আকবৰ বুলি চিঞৰি প্ৰত্যাহ্বান জনাইছিল প্ৰতিবাদকাৰীক৷এতিয়া…










