Investigative reporting with dedication.
কি কথা বেছিকৈ আৰু কি প্ৰয়োজনীয় কথা আটাইতকৈ কমকৈ উল্লেখ কৰিলে বাজেটত?

দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত দাখিল কৰিলে ২০২২-২৩ বৰ্ষৰ বাজেট।বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে বাজেট ভাষণ প্ৰদান কৰিছিল ৯১ মিনিট।আৰু এই ৯১ মিনিট অৰ্থাৎ ডেৰ ঘণ্টাত নিৰ্মলা সীতা ৰমনে উল্লেখ কৰিছিল ১০,৬৫০ টা শব্দ।তাৰ পাছতেই শাসক পক্ষ আৰু অন্য কিছু…









