Investigative reporting with dedication.
হিমন্ত বিশ্ব শর্মাই সচাকৈ চান্দা লৈছিল নেকি সাৰদাৰ পৰা?

Investigative reporting with dedication.


২০১৫ চনত মোদী চৰকাৰে মুকলি কৰিছিল স্কীল ইণ্ডিয়া মিচন৷এই মিচনৰ লক্ষ্য আছিল,২০২২ চনৰ ভিতৰত ভাৰতৰ ৪০ কোটি যুৱকক বজাৰ সর্ম্পকীয় উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰি দক্ষতাৰ বিকাশ সাধন কৰা৷ব্যাপক প্ৰচাৰেৰে স্কিল ইণ্ডিয়াৰ জৰিয়তে ২০২২ চনৰ ভিতৰত নতুন ভাৰতৰ সপোন দেখুৱাইছিল ভাৰত…

১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২২-২৩ বৰ্ষৰ বাজেট দাখিল কৰাৰ পিছত ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰ্চুৱেল বৈঠক।ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰী কাৰ্যালয়ত মোদীৰ ভাৰ্চুৱেল পদ্ধতিৰে অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

বেটি বাচাও,বেটি পঢ়াও অভিযানৰ দ্বাৰা লাভাম্বিত নহল দেশৰ কন্যা সন্তান৷লাভাম্বিত হল,টিভি চেনেল,বাতৰি কাকত আৰু বিজ্ঞাপন সংস্থাসমূহ৷কাৰণ বেটি বাচাও,বেটি পঢ়াও আচনিৰ সর্বাধিক ধন ছোৱালীৰ উন্নয়নৰ পৰিবর্তে ব্যয় কৰা হল আচনিখনৰ প্ৰচাৰতহে৷এই কথা সংসদত স্বীকাৰ কৰিছে স্বয়ং ভাৰত চৰকাৰে৷ বেটি বাচাও বেটি…

২০১২ চনত ৰাজনাথ সিঙে যুৱ সাংসদ বৰুণ গান্ধীক দিছিল বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব ৷ কিন্তু ২০১৪ চনত তেওৰ পৰা এই পদ কাঢ়ি নিয়া হ’ল ৷ চৰ্চা চলিছিল যে উত্তৰ প্ৰদেশত বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব বৰুণ গান্ধী ৷ যাৰ…

বিগত বর্ষৰ দিপাৱলীত জম্মু কাশ্মীৰলৈ গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷২০২১ চনৰ ৪ নবেম্বৰত জম্মু কাশ্মীৰৰ নৌশেৰাত ভাৰতীয় সেনাৰ সৈতে দিপাৱলী উদযাপন কৰিছিল নৰেন্দ্ৰ মোদীয়ে৷ভাৰতীয় সেনাৰ সৈতে দিপাৱলী উদযাপন কৰি নৰেন্দ্ৰ মোদীয়ে কৈছিল,আমাৰ সেনা জোৱান সকল মা ভাৰতীৰ ৰক্ষা কবচ৷মই প্ৰতিবাৰেই সীমান্তত…

নাগৰিকত্বৰ যুঁজত হাৰ মানি আত্মহত্যা কৰিলে অসমৰ এজন ৬০ বছৰীয়া লোকে ৷ নিজৰ আৰু জীয়ৰীৰ নাগৰিকত্ব প্ৰমান কৰিব নোৱাৰি এই লোকজনে আত্মহত্যা কৰিবলগীয়া হোৱাৰ বাতৰিয়ে এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছে ৷ দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি , অসমৰ…

এবছৰৰ বাবে স্থগিত হ’ল অসম সাহিত্য সভাৰ অধিৱেশন। অকল অধিৱেশনেই নহয় এবছৰৰ বাবে বৃদ্ধি কৰা হ’ল বৰ্তমানৰ কাৰ্যকালত থকা অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকৰ কাৰ্যকাল। বৰ্তমান কাৰ্যকালত থকা সমিতিখনে সময়ত সভাৰ অধিৱেশন, সভাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত নকৰাৰ বাবে ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ…

গ্ৰেজুৱেট এপটিটিউড টেষ্ট ইন ইঞ্জিনিয়াৰিং চমুকৈ গেট ২০২২ (GATE) পৰীক্ষা সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ত সম্পন্ন হৈছে শুনানি। ন্যায়ালয়ে গেট পৰীক্ষাৰ তাৰিখ পিচুওৱা নহয় বুলি স্পষ্ট কৰি দিছে। খড়গপুৰ আইআইটিয়ে দেশৰ কভিড সৃষ্ট পৰিৱেশৰ বাবে পৰীক্ষা পিচুৱাবলৈ আৱেদন দাখিল কৰিছিল। কিন্তু অৱশেষত…
