মাহ ডিচেম্বৰ 2021

ৰতন টাটালৈ কি বঁটা আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

◆ উদ্যোগপতি ৰতন টাটালৈ ৰাজ্যৰ সৰ্বোচ্ছ অসামৰিক সন্মান অসম বৈভৱ বঁটা ◆ নতুন দিল্লীত এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ◆ পূৰ্বতে এই বঁটাক অসম ৰত্ন বঁটা বুলি জনা গৈছিল

আজি চুকাফা দিৱস

আজি অসম দিৱস অৰ্থাৎ স্বৰ্গদেউ চাওলুং চুকাফা দিৱস। অসমত আহোম ৰাজ্য প্ৰতিষ্ঠা তথা বৰ অসমৰ নিৰ্মাতা স্বৰ্গদেউ চুকাফা বন্দনাৰে মুখৰিত হ’ব ৰাজ্য। অসম বুৰঞ্জীৰ মহানায়ক চুকাফাৰ কৰ্মৰাজী অনুপ্ৰেৰণাৰে উদ্বুদ্ধ। আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে চুকুফা দিবস৷ৰাজ্যিকভাৱে যোৰহাটৰ প্ৰশাসনৰ…

চৰকাৰী আচনিক নির্বাচনী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল নেকি বিজেপিয়ে?

ভাৰত চৰকাৰৰ এখন আচনি৷আচনিৰ জৰিয়তে প্ৰদান কৰা হৈছিল বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ৷বিগত চাৰিটা বছৰত সফল ৰুপায়ন হোৱা আচনিখনক লৈ গর্বিত মোদী চৰকাৰ৷কিন্তু আচনিখনৰ ৰুপায়ন সন্দর্ভত এতিয়া পোহৰলৈ আহিছে আন এক তথ্য৷সেইয়া হৈছে,অন্যান্য সময়তকৈ নির্বাচনৰ সময়তহে অত্যাধিক গুৰুত্ব দিয়া হৈছিল আচনিখনৰ…

ৰাহুল গান্ধীক বাৰম্বাৰ আক্ৰমণ কৰি কি ক’লে মমতা বেনাৰ্জীয়ে ?

কথা আছিল ২০২৪ ৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্য গঢ়ি তোলা ৷ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পাছতে আৰম্ভ হৈছিল তৎপৰতা ৷ কিন্তু দিন যোৱাৰ লগে লগে বিৰোধী ঐক্যৰ বিষয়টো স্থবিৰ হৈ পৰাই নহয় , বিৰোধীৰ মাজত আৰম্ভ হৈছে খণ্ডযুদ্ধ ৷ মমতা…

অসমত আধাতে বিদ্যালয় এৰি ক’লৈ যায় ছাত্ৰ – ছাত্ৰী ?

অসমত স্থাপন হৈছে ইখনৰ পাছত সিখন নতুন বিশ্ববিদ্যালয় ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা য’লৈকে গৈছে তাতেই ঘোষণা কৰিছে নতুন বিশ্ববিদ্যালয় স্থাপনৰ কথা ৷ নাইবা একোখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ পদক্ষেপ লৈছে ৷ কিন্তু বিশ্ববিদ্যালয়ত মন দি থাকোতে প্ৰাথমিক বা…

ভাৰতীয়ই এৰিছে ভাৰত , পাকিস্তানীয়ে বিচাৰিছে ভাৰতীয় নাগৰিকত্ব

মোদীৰ আমোলত দেশ এৰিছে লাখ লাখ ভাৰতীয়ই ৷ ইয়াৰ বিপৰীতে ভাৰতৰ নাগৰিকত্ব  বিচাৰি হাবাথুৰি খাইছে হাজাৰ হাজাৰ পাকিস্তানীয়ে ৷ আচৰিত যেন লাগিলেও এয়াই আজিৰ ভাৰতৰ বাস্তৱ পৰিস্থিতি ৷ খোদ গৃহমন্ত্ৰালয়ৰ তথ্যত উন্মোচিত হৈছে এই তথ্য ৷– মঙলবাৰে লোকসভাত সাংসদ হিবি…

ডিচেম্বৰ ১ তাৰিখৰ পৰা কি কি বস্তুৰ পৰিৱৰ্তন হ’ল—

ডিচেম্বৰৰ 1 তাৰিখৰ পৰা পুনৰ বৃদ্ধি হ’ল গেছ ছিলিণ্ডাৰৰ দাম।ইয়াৰ লগতে বিত্তীয় লেনদেন আৰু বহুতো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ পৰিৱৰ্তন হৈছে।যাৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ পকেটত পৰিব পাৰে।এই পৰিৱৰ্তনবোৰ আধাৰ-পিএফ লিংক, গৃহ ঋণ আৰু বেঙ্ক সম্পৰ্কীয় অফাৰ আদিৰ সৈতে সম্পৰ্কিত।কিছুমান নতুন নিয়ম…

ন্যায় প্ৰাপ্তিলৈ কিমান দূৰ?

নীৰজ দাস ওৰফে কলা লৰাৰ মৃত্যু প্ৰকৃততে অনিমেষ আৰু অনিমেষৰ পৰিয়ালৰ প্ৰতি ন্যায় বুলি গণ্য কৰিব পাৰিনে?কলা লৰাৰ মৃত্যুয়ে অনিমেষ ভূঞাক ন্যায় প্ৰদান কৰিলে নে ন্যায়ৰ পৰা চিৰদিনৰ কাৰণে অনিমেষক বঞ্চিত কৰিলে?এই প্ৰশ্নৰ উত্থাপন এইবাবেই হৈছে,কাৰণ কলা লৰাৰ মৃত্যু ন্যায়…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

◆ আজি ঘোষণা কৰা হ’ল উত্তৰ পূব ভাৰতৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ◆ শিক্ষাৰ্থী সমাজে নিৰ্বাচন কৰিলে প্ৰতিনিধি গোট ◆ এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে বিকি শৰ্মা ◆ সভাপতি…

জিপি সিঙৰ টুইটক লৈ চর্চা সবর্ত্ৰ

”প্ৰতিটো কাৰ্য বা কামৰে সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে।- নিউটনৰ তৃতীয় সূত্ৰ।’ নিশা ২ বাজি ২৯ মিনিটত এটা টুইট কৰি এই কথা কৈছিল জিপি সিঙে৷নিশ্চিতভাবে জিপি সিঙৰ টুইটে ইংগিত দিছিল অনিমেষ হত্যাৰ মূল অভিযুক্ত ক’লা লৰাৰ মৃত্যুৰ কথা৷ উল্লেখনীয় যে…