মাহ মে’ 2020

ভাৰতত ক’ৰোনা:২৪ ঘন্টাত সৰ্বাধিক লোক আক্ৰান্ত

• ভাৰতত শণিবাৰৰ দিনটোত সৰ্বাধিক লোক ক’ৰোনাত আক্ৰান্ত হয়৷ যোৱা ২৪ ঘন্টাত দেশত মুঠ ৪,৯৮৭ গৰাকী লোকৰ দেহলৈ এই ভাইৰাছ সংক্ৰমিত হয়৷ ইয়াকে লৈ ভাৰতত এতিয়া মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৯০,৯২৭৷ • যোৱা ২৪ ঘন্টাত মৃত্যু হ’ল ১২০ গৰাকী…

ৰাতিটোৰ ভিতৰতে আকৌ এজন বাঢ়িল,শিৱসাগৰত প্ৰথম

নতুন নতুন ঠাইৰ পৰা খবৰ আহিছে ৷ অসমত আকৌ এগৰাকী বাঢ়িল ক’ৰোণা ৰোগী ৷ এইবাৰ খবৰ আহিছে শিৱসাগৰৰ পৰা ৷ অসমত ক’ৰোণা আক্ৰান্তৰ সংখ্যা হ’লগৈ ৯৫ ৷ পুৱতি নিশা  প্ৰায় ২ বজাত টুইটযোগে জনালে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই৷ এইমাত্ৰ…

৯২ৰ পৰা ৯৪ হ’ল ক’ৰোণা আক্ৰান্তৰ সংখ্যা, এইবাৰ গুৱাহাটীত

পুনৰ বাঢ়িল ক’ৰোণা আক্ৰান্তৰ সংখ্যা ৷বেয়া খবৰৰ উপৰি পুনৰ বেয়া খবৰ ৷পুনৰ ২জন ক’ৰোণা ৰোগী  চিনাক্ত হ’ল অসমত৷ ৷দুয়োগৰাকী নতুন ক’ৰোণা ৰোগী গুৱাহাটীৰ ৷ জনালে শেহতীয়া টুইটযোগে মন্ত্ৰী হিমন্ত বিশ্বই ৷ শেহতীয়া আপডেট অনুসৰি ক’ৰোণা ৰোগীৰ সংখ্যা বৃদ্ধি পালে ৯৪…

অসমত আৰু এজন :ক’ভিড আক্ৰান্তৰ সংখ্যা বাঢ়িল ৯২ লৈ

অসমত বাঢ়ি আছে ক’ৰোণা আক্ৰান্তৰ সংখ্যা ৷মাজনিশা আহিল আকৌ বেয়া খবৰ ৷ শোণিতপুৰৰ এগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিল ক’ৰোণাৰ বীজাণু ৷মাজনিশা টুইট কৰি জনালে মন্ত্ৰী হিমন্ত বিশ্বই ৷এইগৰাকী ৰোগীৰে সৈতে ক’ৰোণাত অসমত আক্ৰান্তৰ সংখ্যা বাঢ়িল ৯২ লৈ ৷ Click here…

চিনেমা হল অতীত হ’ল নেকি ? কোন কেইখন চিনেমাই মুক্তি পাব আপোনাৰ মোবাইলত ?

লকডাউনৰ বাবে কি দহখন নতুন চিনেমা মুক্তি পাব ডিজিটেল মাধ্যমত ? ক’ৰোনাৰ আতংকৰ মাজতে প্ৰায় দুমাহ ধৰি লকডাউন চলিছে দেশত ৷ দেশৰ প্ৰায় সকলোধৰনৰ উদ্যোগ বাণিজ্যৰ ওপৰত পৰিছে মাধমাৰ ৷ অৱধাৰিতবাবেই অভাৱনীয় ক্ষতিৰ মুখামুখি হৈছে চিনেমা উদ্যোগ ৷সমস্ত বিনিয়োগৰ পিছত…

২০লাখ কোটি টকাৰ পেকেজ- এটা টকাও খৰচ নকৰাকৈ কৃষকক সাহাৰ্য দিছে চৰকাৰে !

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা ২০লাখ কোটি টকাৰ পেকেজৰ কথাটো এতিয়া সৰ্বজনবিদিত । কিন্তু তাৰ পাছতেই এই পেকেজক লৈ সচেতন মহলত ভিন্ন প্ৰতিক্ৰিয়া দেখা গৈছে। চৰকাৰৰ নিজা টকা কিমান এই পেকেজত সংলগ্ন আছে তাকে লৈ সৃষ্টি হৈছে যথেষ্ট বিতৰ্কৰ। শুক্ৰবাৰে…

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ আজিৰ ঘোষণাৰ সবিশেষ…

উদ্যোগৰ অনুকূল পৰিৱেশৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ তালিকা প্ৰস্তুত কৰিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চতুৰ্থ পৰ্যায়ৰ ঘোষণাত প্ৰকাশ কৰিছে এই কথা। বিত্তমন্ত্ৰীগৰাকীয়ে কোৱা অনুসৰি বিনিয়োগৰ বাবে অনুকূল পৰিবেশৰ ভিত্তিত উদ্যোগখণ্ডসমূহৰ তালিকা প্ৰস্তুত কৰা হৈছে। উদ্যোগসমূহৰ আন্তঃগাঁঠনিৰ মানদণ্ড উন্নত কৰাই মূল লক্ষ্য…

‘গাহৰি’ বিতৰ্কৰ অন্য এক ৰিয়েলিটী

“আহি থকা যাত্ৰীবাহী ৰেল, কমি যোৱা সংস্থাপন, বাঢ়ি অহা অনিশ্চয়তা, পুষ্টিহীনতাত ভূগিবলৈ গৈ থকা শিশুবোৰ, একেটা শৌচালয়কে সমজুৱাকৈ ব্যৱহাৰ কৰা বস্তিবোৰ, তেৰ বছৰীয়া হৃদৰোগত আক্ৰান্ত শিশু COVOID positive হিচাপে ঘোষিত হোৱাৰ পিছত মাতৃৰ বাঢ়ি অহা ধপধপনি – এইবোৰৰ মাজত (বিহু)’ৰাণী’…

১৬ মে’ : বিজ্ঞানৰ বাবে আজিৰ দিনটো কিয় গুৰুত্বপূৰ্ণ ?

১৯৭৪: ইজৰাইলৰ যুদ্ধবিমানে ফিলিস্থান আৰু দক্ষিণ লেবাননত বোমা নিক্ষেপ কৰে৷ ২৭ লোকৰ মৃত্যু আৰু ১৩৮ আহত৷ ১৯৭৫: দেশৰ ২২ তম্ ৰাজ্য হিচাপে ছিকিমৰ গঠন৷ ১৯৯৬: ভাৰতৰ দশম গৰাকী প্ৰধানমন্ত্ৰী হিচাপে অটল বিহাৰী বাজপেয়ীৰ শপতগ্ৰহণ৷ ২০০৬: কৃত্ৰিম ভৰিৰে এভাৰেষ্টত প্ৰথমবাৰৰ বাবে…

আকৌ প্ৰাণ গ’ল ২৪ শ্ৰমিকৰ৷ ক’ত এই ঘটনা?

এক শোকাৱহ পথ দুৰ্ঘটনাত পুণৰ প্ৰাণ গ’ল ২৪ শ্ৰমিকৰ ৷ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ঔৰায়া জিলাত ৷ আজি পুৱতি নিশা সংঘটিত দুৰ্ঘটনাটোত আন ৩৭ শ্ৰমিকো আহত হৈছে ৷ ঘটনা বিৱৰণী মতে ,ৰাজস্থানৰ পৰা অহা আটা ভৰ্তি ট্ৰাকখনত ঝাৰখণ্ড,…