সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

৩০ জন বাছ যাত্ৰীয়েই অবৈধ স্বামী

নগাঁৱৰ ৰূপহীহাটত ট্ৰেভেলাৰসহ আটক ৩০ জনকৈ লোক।কেৰালালৈ পলোৱাৰ চেষ্টা ‘অবৈধ স্বামী’ৰ।আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান চলোৱাৰ খবৰ লাভ কৰি কেৰেলালৈ পলায়নৰ চেষ্টা কৰিছিল এইসকল লোকে।নিশা ৰূপহীহাট আৰক্ষীয়ে আটক কৰে আটাইকে ৷ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।আটক কৰা আটাইয়ে বাল্য বিবাহৰ সৈতে জড়িত থকাৰ সন্দেহ আৰক্ষীৰ।

Leave A Reply

Your email address will not be published.