সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অসমত ক’ৰোনা ৰোগীৰ মৃত্যু

অসমত ক’ৰোনা আক্ৰান্ত এজন লোকৰ আজি মৃত্যু হয় ৷ লোকজনৰ নাম গোপীন্দ্ৰ চন্দ্ৰ মালাকাৰ ৷ জি এম চি এইচত চিকিৎসাধীন অৱস্থাত আজি ৭১ বছৰীয়া লোকজনৰ মৃত্যু হয়৷ তেওঁকে ধৰি অসমত ক’ৰোনা আক্ৰান্ত মুঠ ৩ গৰাকী লোকৰ মৃত্যু হ’ল৷ উল্লেখ্য যে ,ডিঙিৰ কৰ্কট ৰোগত আক্ৰান্ত লোকজন কিছুদিন পূৰ্বে মুম্বাইৰ পৰা অসমলৈ উভতি অহিছিল৷

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.