টেগ thecrosscurrent

আমেৰিকাত ক’ৰোনাত মৃত্যু ১ লক্ষাধিকৰ

আমেৰিকাত ক’ৰোনা আক্ৰান্তৰ মৃত্যুৰ সংখ্যাই ১ লাখৰ সীমা অতিক্ৰম কৰিছে ৷ যোৱা ২১ জানুৱাৰীত দেশখনৰ ৱাশ্বিঙটনত প্ৰথমটো ক’ৰোনা সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছিল ৷ তাৰ পাছত আজিৰ দিনটোলৈ আমেৰিকাৰ ১৬.৯ লাখ লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ১,০০,২৭৬ লোকৰ মৃত্যু হৈছে…

অসম চৰকাৰৰ কৰ্মচাৰীয়ে মে’ মাহৰ সম্পূৰ্ণ দৰমহা পাবনে?

ক’ৰোনা মহামাৰী প্ৰতিৰোধৰ বাবে বলবৎ হৈ থকা লকডাউনৰ বাবে ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰখন একপ্ৰকাৰ স্থবিৰ হৈ পৰিছে ৷ ৰাজহ সংগ্ৰহ দ্ৰুতগতিত হ্ৰাস পাইছে ৷ এনে পৰিস্থিতিত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰমহাৰ এটা অংশ কৰ্তনকলৈও চিন্তা চৰ্চা চলিছে ৷ কিন্তু সদ্যহতে অসম চৰকাৰৰ…

পুলৱামাত কিদৰে ব্যৰ্থ হ’ল হিজবুলৰ ষড়যন্ত্ৰ?

জন্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ এক বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ ব্যৰ্থ হ’ল ৷ আজি নিৰাপত্তাবাহিনীৰ এক অভিযানত এখন গাড়ীত উদ্ধাৰ হয় বৃহৎ পৰিমানৰ আই ই ডি৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে ,ভুৱা পঞ্জীয়ন নম্বৰৰ এখন গাড়ীত বিস্ফোৰক সামগ্ৰী পৰিবহন কৰাৰ কথা জানিব পাৰি তালাচী…

লাডাখৰ পৰিস্থিতি আচলতে কি ?

লাডাখৰ সীমান্তত চীনৰে সৈতে ভাৰতৰ সেনাৰ সংঘাতপূ্ৰ্ণ পৰিস্থিতিকলৈ চৰকাৰক স্থিতি স্পষ্ট কৰাৰ বাবে এইবাৰ দাবী জনাইছে ৰাহুল গান্ধীয়ে ৷ মঙলবাৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে কয় যে “লাডাখ সীমান্তৰ বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কে অবিলম্বে দেশৰ জনসাধাৰণৰ আগত স্থিতি স্পষ্ট কৰিব লাগে…

২০২১ ৰ প্ৰথমভাগতে আহিব ক’ৰোনাৰ প্ৰতিষেধক : জনালে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপকে

ক’ৰোনা ভাইৰাছৰ তিনিটা প্ৰতিষেধকৰ পৰীক্ষাত এতিয়ালৈকে যথেষ্ঠ আশাৰ খবৰ পোৱা গৈছে ৷ইয়াৰ ভিতৰত যিকোনো এটা প্ৰতিষেধক অহা বছৰৰ প্ৰথমভাগত নিশ্চিতভাবে ব্যৱহাৰৰ উপযোগী হৈ উঠিব ৷ – এই মন্তব্য হাৰ্ভাৰ্ড বিশ্ববিদয়ালয়ৰ অধ্যাপক আশীষ ঝাৰ ৷ আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰে হোৱা…

মহাৰাষ্ট্ৰত পতন হ’ব নেকি শিৱসেনা চৰকাৰৰ?

ক’ৰোনা মহামাৰীৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ শেহতীয়া সংবাদমেলে মহাৰাষ্ট্ৰৰ শিৱসেনা-এন চি পি আৰু কংগ্ৰেছ মিত্ৰজোট চৰকাৰলৈ সংকট নামি অহাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে ৷ শেহতীয়া সংবাদমেলত মহাৰাষ্ট্ৰৰ পৰিস্থিতি সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে মহাৰাষ্ট্ৰত…

যুদ্ধৰ বাবে সাজু হোৱা- সেনাক নিৰ্দেশ চীনৰ ৰাষ্ট্ৰপতিৰ

ক’ৰোনাৰ পৰা ক্ৰমাৎ সুস্থ হৈ উঠাৰ পিছত চীন এইবাৰ নামি পৰিছে যুদ্ধৰ প্ৰস্তুতিত ৷ দেশখনে ভাৰতৰ লাডাখ আৰু উত্তৰ ছিকিম সীমান্তত ব্যাপক সমৰসজ্জা তৈয়াৰ কৰা দেখা গৈছে ৷ চীনৰ ৰণচালি দেখি ভাৰতেও চীন সীমান্তত সমহাৰত সৈনিক মোতায়েনৰ নিৰ্দেশ দিছে ৷কালি…

অসমত একেলগে২৬ গৰাকীৰ দেহত ক’ৰোনা

অসমত ক্ষন্তেক আগতে একেলগে ২৬ গৰাকী লোকৰ দেহত ক’ৰোনাৰ সংক্ৰমণ ধৰা পৰিছে ৷আটাইকেইগৰাকী লোক সৰুসজাইত আছিল ৷ মুঠ ক’ৰোনা ৰোগীৰ সংখ্যা হ’লগৈ ২৫৬। ????Alert ~ In the biggest one-time spike in cases, 26 cases are confirmed #COVID19 +. They are…

পুনৰ ৮গৰাকীৰ দেহত ক’ৰোনা

অসমত আকৌ বাঢ়িল ক’ৰোনা ৰোগীৰ সংখ্যা ৷ইয়াৰে এগৰাকী MMCHত কোৱাৰেইণ্টিণ হৈ আছিল ৷এগৰাকী SMCHত চিকিৎসাধীন হৈ আছিল৷আন ৬ গৰাকী শিলশৰত কোৱাৰেইণ্টিণ হৈ আছিল ৷এই ৮গৰাকীকে ধৰি শেহতীয়া তথ্যমতে অসমৰ মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ২৩০ ৷ এই খবৰ টুইট কৰি…

নতুনকৈ ৭ জন ক’ৰোনা পজিটিভ ,অসমত মুঠ ২১০

২১০ লৈ বৃদ্ধি পালে অসমত ক’ৰোনা ৰোগীৰ সংখ্যা ৷ তেজপুৰৰ আঞ্চলিক কোৱাৰেন্টাইন চেন্টাৰত থকা ৭ গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হোৱাৰ তথ্য সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই৷ ????Alert ~ 7 persons at Zonal Quarantine Centre at Tezpur Univ…