সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

sharadpawar

নিজৰ ৰাজ্যত নিজেই বোমা বিস্ফোৰণ ঘটোৱা মুখ্যমন্ত্ৰীগৰাকীৰ কাহিনী

এজন আশীৰ উৰ্ধৰ ৰাজনীতিক ৷ বিগত চাৰিটা দশক ধৰি ভাৰতীয় ৰাজনীতিৰ বহু উত্থান – পতনৰ সাক্ষী তেও ৷ বহু গুৰুত্বপূৰ্ণ পৰিঘটনাৰ অনুঘটক ৷ এসময়ত দেশৰ অৰ্থনৈতিক ৰাজধানী মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল ৷ তেও মুখ্যমন্ত্ৰী হোৱা ছদিন পাছতে ডাউদ…

বিৰোধী জোট : কংগ্ৰেছে নাপাব নেকি বিগব্ৰাডাৰৰ আসন ?

কংগ্ৰেছ দলৰ একক নেতৃত্ব আন বিৰোধী দলসমুহে মানি নলয় ৷ অন্যান্য দলসমূহৰ দৰেই কংগ্ৰেছেও বিৰোধী ঐক্যজোটত অংশ গ্ৰহণ কৰিব লাগিব ৷ শুকুৰবাৰে ছোনিয়া গান্ধীয়ে আহ্বান জনোৱা ১৯ বিৰোধী দলৰ বৈঠকৰ পাছত বহু নেতাৰ মুখত এনে সুৰেই শুনা গ’ল ৷ বৈঠকত অংশগ্ৰহণ…

মহাৰাষ্ট্ৰত পতন হ’ব নেকি শিৱসেনা চৰকাৰৰ?

ক’ৰোনা মহামাৰীৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ শেহতীয়া সংবাদমেলে মহাৰাষ্ট্ৰৰ শিৱসেনা-এন চি পি আৰু কংগ্ৰেছ মিত্ৰজোট চৰকাৰলৈ সংকট নামি অহাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে ৷ শেহতীয়া সংবাদমেলত মহাৰাষ্ট্ৰৰ পৰিস্থিতি সন্দৰ্ভত সাংবাদিকে সোধা এক…