সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

indianhockey

দলিত খেলুৱৈৰ বাবে হকীত হাৰিল ভাৰত : কি প্ৰত্যুত্তৰ দিলে বন্দনাই ?

মানসিক সংকীৰ্ণতা আৰু জাতি-ধৰ্মৰ গোড়ামিয়ে একবিংশ শতিকাতো কিদৰে ভাৰতীয় সমাজক আচ্ছন্ন কৰি ৰাখিছে তাৰ প্ৰমান বাৰম্বাৰ পোহৰলৈ আহিছে ৷অলিম্পিকত পদক জয়ৰ পাছত ভাৰতীয় সমাজ ব্যস্ত হৈ পৰিছে লাভলীনা বৰগোহাঁই আৰু পি ভি সিন্ধুৰ ধৰ্ম – জাতিৰ অনুসন্ধান…

টকিঅ’ অলিম্পিক : খেলত হাৰিও হৃদয় জিনিলে ৰাণী বাহিনীয়ে

টকিঅ’ অলিম্পিকত চতুৰ্থ স্থানতে ক্ষান্ত থাকিল ভাৰতীয় মহিলা হকী দলটো ৷ শুকুৰবাৰে ব্ৰঞ্জৰ পদকৰ বাবে অনুষ্ঠিত মেচত গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে ভাৰত ৩-৪ গ’লৰ ব্যৱধানত পৰাজিত হয় ৷ ৰাণী ৰামপাল নেতৃত্বাধীন ভাৰতীয় দলটোৱে আজিৰ মেচখনত পৰাজিত হ’লেও জয় কৰি…

টকিঅ’ অলিম্পিক : হকীত কেনেকৈ ইতিহাস ৰচিলে ভাৰতে ?

ভাৰতীয় হকী দলৰ অনুৰাগীসকলৰ ৪১ বছৰযোৰা অপেক্ষাৰ অন্ত পৰিল ৷ টকিঅ' অলিম্পিকত জাৰ্মানীক হৰুৱাই ভাৰতে লাভ কৰিলে ব্ৰঞ্জৰ পদক ৷ আজি ব্ৰঞ্জৰ পদকৰ বাবে অনুষ্ঠিত মেচখনত ভাৰতে জাৰ্মানীক ৫-৪ গ'লৰ ব্যৱধানত পৰাজিত কৰে ৷ ১৯৮০ চনৰ পাছত হকীত এয়া ভাৰতৰ…

পুষ্টিহীনতাত ভোগা ছোৱালীজনী কেনেকৈ ভাৰতীয় হকী দলৰ অধিনায়ক হ’ল ?

(১) প্ৰশ্ন-কি হ'ব গুৰুদক্ষিণা? উত্তৰ- টকিঅ'ৰ পৰা সোণৰ পদক। অষ্ট্ৰেলিয়াক পৰাভূত  কৰি টকিঅ' অলিম্পিকৰ ছেমি ফাইনেললৈ নিৰ্বাচিত হ'ল ভাৰতীয় মহিলা হকী দল। ভাৰতীয় হকী দলৰ প্ৰদৰ্শনে  ইতিমধ্য দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বিশ্ববাসীৰ ।…

ভাৰতৰ হকী দলক বছৰি ২০ কৌটিকৈ টকা দিয়া মুখ্যমন্ত্ৰীগৰাকী

টকিঅ' অলিম্পিকত ভাৰতৰ পুৰুষ আৰু মহিলা দুয়োটা হকী দলেই ইতিহাস ৰচনা কৰিছে ৷ ৪১ বছৰৰ বিৰতিত ভাৰতৰ মহিলা হকী দলে আজি প্ৰৱেশ কৰিছে অলিম্পিকৰ ছেমি ফাইনেলত ৷ তিনিবাৰৰ স্বৰ্ণজয়ী অষ্ট্ৰেলিয়াক পৰাজিত কৰি মহিলা হকী দলটো ছেমি ফাইনেললৈ ধাৱমান হয় ৷…