Tag himanta biswa sarma

নিষেধাজ্ঞাৰ পূৰ্বেই মাজুলীত ১৮ বিঘা ৪ কঠা ১৪ লেচা ভূমি ক্ৰয় মুখ্যমন্ত্ৰীৰ পত্নী-পুত্ৰৰ

২০২৩ চনৰ ৯ জুনত মুখ্যমন্ত্ৰীৰ পত্নীয়ে এক্কা ইষ্টেটছৰ নামত এই কৃষিভূমিখিনি ক্ৰয় কৰিছে৷ এনেকৈ মাজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত কমলাবাৰী মৌজাৰ টটয়া গাঁৱত ৰিণিকি ভূঞা শৰ্মাই এক্কা ইষ্টেটছৰ নামত ক্ৰয় কৰিছে মুঠ ১৮ বিঘা ৪ কঠা ১৪ লেচা ভূমি৷

এটা MRIৰ বাবে ৰ’ব লাগে দুমাহ- কি চলিছে অসমৰ স্বাস্থ্যখণ্ডত?

জিএমচিএইছত চিকিৎসা কৰিবলৈ আহি কেনেকৈ হাহাকাৰ কৰিছে ৰোগীয়ে? দ্য ক্ৰছকাৰেণ্টৰ এক চৰজমিন অনুসন্ধান৷

PRC নোহোৱাকৈ কিদৰে পশ্চিমবংগ-ত্ৰিপুৰাৰ প্ৰাৰ্থীয়ে নিযুক্তি পালে অসমৰ মহাবিদ্যালয়ত

অসমৰ উচ্চ শিক্ষা জগতত চাকৰিৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ অৰ্থাৎ পি আৰ চিৰ প্ৰয়োজন নাই বুলি বিগত ৪ জুনত জাননী প্ৰকাশ কৰিছিল অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে৷ এই জাননী পোহৰলৈ অহাৰ পাছতেই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ…

পেকেজৰ নামত প্ৰধানমন্ত্ৰীৰ প্ৰতাৰণাঃ বানপানীৰ ২৩৫০ কোটিৰ পেকেজৰ পৰা অসমে পালে কেৱল ১০১ কোটি

২০১৭ ৰ ১ আগষ্টত উত্তৰ পূবৰ বান- প্ৰাকৃতিক দুৰ্যোগৰ বাবে ২৩৫০ কোটিৰ পেকেজ ঘোষণা। ২৩৫০ কোটিৰ পেকেজৰ পৰা ৫ ৰাজ্যক  মোকলাই দিলে কেৱল ১৯৭.৮৩ কোটি টকা।
১৪৫০ কোটি পাবলগীয়া অসমে পালে মাত্ৰ ১০১.৫২ কোটি।

ALLEN EXPOSED: বিদ্যালয়লৈ নোযোৱাকৈ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত বহিছে শিক্ষাৰ্থী

বজাৰত পৰিণত ৰাজ্যৰ শিক্ষা ব্যৱস্থাঃ কোচ্চিং ইনষ্টিটিউট – ব্যক্তিগত শিক্ষানুষ্ঠানৰ NEXUS বিদ্যালয়ত পাঠদানৰ পৰিৱৰ্তে ‘এলেন’ত কোচ্চিংঃ দুয়ো পক্ষৰ মাচুলৰ মাধমাৰ গৌতম প্ৰতিম গগৈ শেহতীয়া ‘নীট’ কেলেংকাৰীৰ পাছতেই সন্দেহৰ আৱৰ্তত সোমাই পৰিছে একাংশ ব্যক্তিগত কোচ্চিং চেণ্টাৰৰ ভূমিকা৷ ঠিক একে সময়তে ‘নীট’ৰ…

মিছন বসুন্ধৰা সফল হ’বলৈ কৃষকৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়ক

চৰকাৰৰ মাটি সম্পৰ্কীয় নীতি ব্যৱস্থাই সমগ্ৰ অসমৰ কৃষক শ্ৰেণীৰ বাবেই ভয়াৱহ ভবিষ্যতৰ আগজাননী৷ ই মানুহৰ মাটিৰ অধিকাৰৰ হকে মাত মাতিবলৈ থকা সকলোবোৰ গণতান্ত্ৰিক পথ বন্ধ কৰি দিব

Assam Government Borrows Rs. 59 Cr Daily, Total Debt Hits Rs. 1,09,071.28 Cr

Guwahati, 6th February: In a startling revelation today at the Assam Assembly, state’s Finance Minister Ajanta Neog disclosed that the Assam government has been borrowing a staggering Rs. 59 crore per day from various sources. The total debt burden as…

বিমান বিলাসঃ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰতিক্ৰিয়া আৰু আমাৰ প্ৰত্যাহ্বান

‘দ্য ক্ৰছকাৰেণ্ট’ আৰু ‘দ্য ৱায়াৰ’য়ে প্ৰকাশ কৰা মুখ্যমন্ত্ৰীৰ বিমানযাত্ৰা সম্পৰ্কীয় বাতৰি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰতিটো প্ৰতিক্ৰিয়া সন্দৰ্ভত আমাৰ উত্তৰ আগবঢ়োৱা হ’ল – প্ৰতিক্ৰিয়া ১ঃ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰৰ কোনো ব্যয় ৰাজ্য চৰকাৰে বহন কৰা…

Exclusive: ৰাজকোষৰ ধনেৰে হেলিকপ্টাৰত উঠি হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ বিশেষ অনুসন্ধান সংগীতা বৰুৱা পিছাৰৌটি , অৰূপ কলিতা, গৌতম গগৈ   গুৱাহাটী, নতুন দিল্লী, ০৩ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ অৰ্থনীতিক ডেৰ লাখ কোটি টকাৰ ঋণত ডুবাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা আকাশীযানৰ বিলাসিতাৰ বহু বিস্ফোৰক তথ্য…

ডিমা হাচাওত কাৰ বাবে অপৰিহাৰ্য হৈ পৰিছে দেবোলাল গাৰ্লোচা?

কেৱল আৰু কেৱল মাত্ৰ সন্দেহৰ ভিত্তিত ইজনৰ পাছত সিজন অসমীয়া যুৱক এনকাউণ্টাৰৰ সন্মুখীন হৈছে ৷ আৰক্ষীৰ গুলীত আহত হৈছে বহু অসমীয়া যুৱক ৷ কিন্তু কঠোৰতাৰ পৰিচয় দিয়া এইখন চৰকাৰৰ দিনত এজন চাৰ্জশ্বীটেড অভিযুক্তই ৰাজভোগ কৰি থকাৰ সুবিধা লাভ কৰিছে ৷…