পিকনিকৰো খবৰ ৰখা মুখ্যমন্ত্ৰীয়ে নাজানে কয়লা খনিৰ খবৰ
ডিমাহাছাওত অবৈধ কয়লাৰ খনিত আৱদ্ধ হৈ আছে ৯ গৰাকী শ্ৰমিক৷ অথচ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে-বি টি আৰ, ডিমাহাছাওত কি চলি আছে, তেওঁ নাজানে৷ এয়া এটা গোকাট মিছা কথাৰ বাহিৰে আন একো নহয়৷ ডিমাহাছাও যদিও ষষ্ঠ অনুসূচীৰ অন্তৰ্গত, তাৰ…