Tag central govt

মূল্যবৃদ্ধি চিন্তনীয় বিষয় নহয় মোদী চৰকাৰ

ব্যাপক মূল্যবৃদ্ধিৰ মাজত স্নায়ু যুদ্ধত লিপ্ত হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক। মূল্যবৃদ্ধিৰ বাবে ইটোৱে সিটোলৈ ঠেলিছে দোষ। তাৰ মাজতে নৰেন্দ্ৰ মোদী চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ মন্তব্যই হতচকিত কৰিছে সকলোকে। নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিত নাজল-নাথল অৱস্থা জনতাৰ। অসমতো কালিৰ দিনটোত…

জলজীৱনৰ দুৰ্নীতিৰ ভয়ানক আখ্যানঃ দুৰ্নীতিৰ সহভাগী কলকাতা–হাৰিয়ানা-মুম্বাইৰ প্ৰতিষ্ঠান

বিশেষ প্ৰতিবেদন, দ্য ক্ৰছকাৰেণ্টঃ জলজীৱন আঁচনিৰ ৰূপাণত ৰাজ্যত সংঘটিত হৈছে ভয়ানক দুৰ্নীতি৷ যাৰ বাবে কেন্দ্ৰই বন্ধ কৰি দিছে অসমৰ জলজীৱন আঁচনিৰ ধন৷ পৰিণতিত সমগ্ৰ ৰাজ্যত বন্ধ হৈ পৰিছে জলজীৱনৰ ৰূপায়ণ৷ জলজীৱনৰ ৰূপায়ণত সংঘটিত ভয়ংকৰ অনিয়মৰ এই তথ্য পোহৰলৈ আহিছে খোদ…

কঠোৰ লক্ ডাউনত কেনেকৈ বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যাঃ প্ৰশ্ন ৩ সংগঠনৰ, অস্বস্তিত কেন্দ্ৰ

ভাৰতত ২৪ মাৰ্চত ঘোষণা কৰা হৈছিল লক্ ডাউন। ২৫ মাৰ্চৰ পৰা ২৫ মেলৈকে মাত্ৰ দুমাহত ৬২৫ৰ পৰা ১,৩৮,৮৪৫জন লোকৰ শৰীৰলৈ ক’ৰোনা সংক্ৰমিত হৈছে। লক্ ডাউনৰ সময়ত হ্ৰাস হোৱাৰ পৰিৱৰ্তে দেশত ক’ৰোনাৰ আক্ৰান্তৰ সংখ্যা ক্ৰমাত্ বৃদ্ধিহে পাইছে। এনে পৰিপ্ৰক্ষিততেই দেশৰ চিকিত্সকৰ…

প্ৰব্ৰজিত শ্ৰমিকৰ দুৰ্দশা : চৰকাৰৰ ভূমিকাত অসন্তুষ্ট হৈ উচ্চতম ন্যায়ালয়ে কি ক’লে ?

দেশজুৰি দুৰ্দশাৰ সন্মুখীন হোৱা প্ৰবাসী মজদুৰসকলৰ বিষয়টো গুৰুত্বসহকাৰে লৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহলৈ জাননী জাৰি কৰিছে ৷ লগতে প্ৰবাসী শ্ৰমিকসকলক সহায়ৰ বাবে পদক্ষেপ ল’বলৈও নিৰ্দেশ দিছে ৷ন্যায়ালয়ে চৰকাৰৰ ভূমিকাত অসন্তুষ্টি ব্যক্ত কৰি কয় যে শ্ৰমিকসকলৰ বাবে কেন্দ্ৰীয় আৰু…