Tag bihar election

দলিতক অপমান বন্ধ কৰক, অন্যথা ভুগিব লাগিব পৰিণাম! বিজেপিলৈ RSSৰ সকীয়নি

দেশত অভাৱনীয় হাৰত মূল্যবৃদ্ধি হৈছে৷ শ্বেয়াৰ মাৰ্কেটত জনতাই বিনিয়োগ কৰা ধন হেৰুৱাইছে৷ দুগ্ধ উদ্যোগ, কৃষিখণ্ড, গাড়ীৰ উদ্যোগ আদিলৈ ট্ৰাম্পৰ শুল্ক নীতিয়ে ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এই ক্ষেত্ৰত নিমাত৷ বিজেপি দলৰ সক্ৰিয় মুখপাত্ৰসকল নিমাত৷ বহুবল্কী বিভিন্ন ৰাজ্যৰ…

বিহাৰত এইবাৰ একেলগ হ’ব নেকি কানহায়া কুমাৰ আৰু লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱ?

photo courtesy: HuffPost

বিহাৰ বিধান সভাৰ নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে এতিয়া আৰম্ভ হৈছে বহুতো জলপনা কল্পনা। নীতিশ কুমাৰৰ নেতৃত্বাধীন শাসনাধিষ্ট জেডিইউ(JD-U) আৰু বিজেপিৰ চৰকাৰক অনাগত বিধান সভাত প্ৰত্যাহ্বান দিবলৈ টঙালি বান্ধিছে বিৰোধীয়েও। লালু প্ৰসাদ যাদৱ জেইলত থকাৰ বাবে মুখ্য বিৰোধী দল…

সমুখত বিহাৰ নিৰ্বাচন: PM CARES ৰ ধনেৰে বিহাৰত নিৰ্মান হ’ব ৫০০ বিচনা যুক্ত দুখনকৈ হস্পিতাল

photo courtesy: Indian express

CAG অথবা RTI ৰ পৰিসৰৰ পৰা দূৰত ৰখা PM CARES ৰ ধনেৰে এইবাৰ নিৰ্মান হ’ব বিহাৰত ৫০০ বিছনা যুক্ত হস্পিতাল। প্ৰধানমন্ত্ৰী অফিচৰ (PMO) ৰ পৰা হোৱা এই ঘোষণা অনুসৰী বিহাৰৰ পাটনা আৰু মুজ্জাফৰনগৰ ত PM CARES ৰ ধনেৰে ৫০০ বিচনা…

কৰোনা ভাইৰাছৰ সংক্ৰমণৰ মাজতে কেনেদৰে অনুষ্ঠিত কৰিব পাৰিব নিৰ্বাচন!- নিৰ্বাচন আয়োগৰ নিয়মাৱলী ঘোষণা

photo courtesy:Indian Express

দেশত কৰোনা ভাইৰাছৰ বিভীষিকা চলি থকাৰ সময়তে চমু চাপি আহিছে বিহাৰ বিধান সভাৰ নিৰ্বাচন। গতিকে বিহাৰৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে কিছুমান নতুন নিয়মাৱলী। সেই নতুন নিয়মাৱলী অনুসৰি কেৱল মাত্ৰ ৫ জন ব্যক্তিয়েহে ঘৰে ঘৰে গৈ প্ৰচাৰ…