Investigative reporting with dedication.
গুৱাহাটীত ১৫ জনকৈ ব্যক্তি ক’ৰোনাত আক্ৰান্ত

গুৱাহাটীত ১৫ জনকৈ ব্যক্তি ক’ৰোনাত আক্ৰান্ত হৈছে৷ সকলো কেইগৰাকী ইতিমধ্যে চিনাক্ত হোৱা ফেন্সী বজাৰৰ আক্ৰান্তজনৰ লগত জড়িত৷ আটাইকেইজন আছিল কোৱাৰিণ্টাইনত৷ টুইটযোগে এই কথা সদৰী কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই৷ Alert ~ 15 persons are tested #COVID19 + in Kamrup Metro.…










