শ্ৰেণী ৰাজ্য

পুনৰ ৮গৰাকীৰ দেহত ক’ৰোনা

অসমত আকৌ বাঢ়িল ক’ৰোনা ৰোগীৰ সংখ্যা ৷ইয়াৰে এগৰাকী MMCHত কোৱাৰেইণ্টিণ হৈ আছিল ৷এগৰাকী SMCHত চিকিৎসাধীন হৈ আছিল৷আন ৬ গৰাকী শিলশৰত কোৱাৰেইণ্টিণ হৈ আছিল ৷এই ৮গৰাকীকে ধৰি শেহতীয়া তথ্যমতে অসমৰ মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ২৩০ ৷ এই খবৰ টুইট কৰি…

ৰাজ্যত ক’ৰোনাৰ আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি

ৰাজ্যত ক’ৰোনাৰ আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি। এইমুহূৰ্তত অহা খবৰ অনুসৰি শিলচৰত কোৱাৰেণ্টীন চেণ্টাৰত থকা দুগৰাকীৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। তাৰে এগৰাকী কাছাৰৰ আবাসী আৰু আনগৰাকী হাইলাকান্দিৰ। টুইটেযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ????Alert ~ Two persons from Silchar quarantine…

নতুনকৈ ৭ জন ক’ৰোনা পজিটিভ ,অসমত মুঠ ২১০

২১০ লৈ বৃদ্ধি পালে অসমত ক’ৰোনা ৰোগীৰ সংখ্যা ৷ তেজপুৰৰ আঞ্চলিক কোৱাৰেন্টাইন চেন্টাৰত থকা ৭ গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হোৱাৰ তথ্য সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই৷ ????Alert ~ 7 persons at Zonal Quarantine Centre at Tezpur Univ…

আৰু ৭ গৰাকী পজিটিভ : অসমত ২০০+ ক’ৰোনা ৰোগী

অসমত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই ২০০ ৰ সীমা অতিক্ৰম কৰিলে ৷ নতুনলৈ ৭ গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ ৰাজহুৱা কৰিছে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ শেহতীয়াকৈ ক’ৰোনা আক্ৰান্তসকলৰ ভিতৰত ৪ গৰাকী সৰুসজাইৰ কোৱাৰেন্টাইন চেন্টাৰত থকাৰ বিপৰীতে ২ গৰাকী পশ্চিম…

বাঢ়িল আৰু দুগৰাকী ৷ মুঠ ১৯১

ৰাজ্যত ক’ৰোণা আক্ৰান্তৰ সংখ্যা বাঢ়িয়েই আছে ৷ এইমাত্ৰ অহা খবৰ অনুসৰি কোকৰাঝাৰৰ কুৱাৰাইণ্টিণ চেণ্টাৰত থকা দুগৰাকী লোক ক’ৰোনাক্ৰান্ত হৈছে ৷ টুইট কৰি খবৰ জনালে মন্ত্ৰী হিমন্তবিশ্বই ৷ ইয়াৰ লগে লগে সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ১৯১ লৈ বাঢ়িল

এজনৰ বৃদ্ধিৰে ৰাজ্যত ক’ৰোনা সংক্ৰমিতৰ সংখ্যা ১৮৯ লৈ বৃদ্ধি

ৰাজ্যত পুনৰ বৃদ্ধি পালে কোৰোণা ৰোগীৰ সংখ্যা ৷মন্ত্ৰী হিমন্তবিশ্বই শেহতীয়াকৈ কৰা টুইট অনুসৰি ৰাজ্যত পুনৰ এগৰাকীৰ ক’ৰোনা টেষ্ট পজিটিভ আহিছে ৷ এইগৰাকীৰে সৈতে ৰাজ্যত আক্ৰান্তৰ সংখ্যা ১৮৯লৈ বৃদ্ধি পালে ৷ আক্ৰান্ত ৰোগীগৰাকী কোকৰাঝাৰ কোৱাৰাইণ্টিণ চেণ্টাৰত আছিল আৰু তেওঁৰ টেষ্ট হৈছিল…

আকৌ ৩ জন ৷ সৰ্বমুঠ ১৮৮

অসমত আকৌ নতুনকৈ ৩ গৰাকী ক’ৰোণা ৰোগী চিনাক্ত হৈছে ৷ শেহতীয়া খবৰ অনুসৰি অসমত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ১৮৮ লৈ বৃদ্ধি পালে ৷ এই তিনিওগৰাকী ৰোগীৰ খবৰ আহিছে বৰপেটা ৰ পৰা ৷ বৰপেটাৰ এইকেইগৰাকী ৰোগী চিনাক্ত হৈছে বৰপেটা মেডিকেল কলেজত ৷

পুনৰ ১৪ গৰাকী বাঢ়িল ৷ মুঠ আক্ৰান্ত ১৮৫

ৰাজ্যত পুনৰ ১৪ গৰাকীৰ দেহত ধৰা পৰিল ক’ৰোনাৰ উপস্থিতি ৷ আজিৰ ভিতৰতে দ্বিতীয়বাৰ চিনাক্তহ’ল বৃহৎসংখ্যক ৰোগী ৷ অসমত এতিয়ালৈকে আক্ৰান্তৰ সংখ্যাা বাঢ়িল ১৮৫ লৈকে ৷ মন্ত্ৰী হিমন্ত বিশ্বই ১০ বাজি ৩৫ মিনিটত টুইট কৰি জনালে এই খবৰ ৷ ৰাজ্যবাসী আৰু…

ৰাজ্যত ১৭০ লৈ বৃদ্ধি কৰোনাত আক্ৰান্তৰ

১৩ গৰাকী নতুন কৰোনা আক্ৰান্ত চিনাক্ত হল অসমত ৮ জন হোজাইৰ ২ গৰাকী শোণিতপুৰৰ ১ গৰাকী কৈ কামৰূপ মেট্ৰ, কামৰূপ আৰু নগাঁওৰ Alert ~ 13 new cases of #COVID19 + confirmed. Break-up ~ 8 from Hojai; 2 from Sonitpur; 1…