শ্ৰেণী আন্তঃৰাষ্ট্ৰীয়

ৰাছিয়াৰ মিছাইল আক্ৰমণত সৰ্ববৃহৎ এয়াৰক্ৰাফট ধ্বংস

বিশ্বৰ সৰ্ববৃহৎ এয়াৰক্ৰাফট ধ্বংস কৰিছে ৰাছিয়াই। ৰাছিয়াৰ মিছাইল আক্ৰমণত সৰ্ববৃহৎ এয়াৰক্ৰাফট AN-225 Mriya ধ্বংস। ইউক্রেনৰ ৰাজধানী কিয়েভত ৰাখি থোৱা অৱস্থাত ৰাছিয়াই ধ্বংস কৰে এয়াৰক্ৰাফটখন। ইউক্ৰেইনে নিৰ্মাণ কৰিছিল বিশ্বৰ বৃহৎ এয়াৰক্ৰাফটখন। এই কথা সদৰি কৰিছে ইউক্রেনে।

কিয়েভৰ পৰা কাৰ্ফিউ প্ৰত্যাহাৰ : ভাৰতীয় ছাত্ৰ- ছাত্ৰীক ৰেলৱে ষ্টেচনলৈ যোৱাৰ আহ্বান

ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ পৰা নৈশ সান্ধ্যআইন প্ৰত্যাহাৰ কৰা হৈছে ৷ ইয়াৰ পাছতে ভাৰতীয় দূতাবাসে তাত আৱদ্ধ হৈ থকা ভাৰতীয় ছাত্ৰ – ছাত্ৰীসকলক ৰেলৱে ষ্টেচনলৈ যাবলৈ আহ্বান জনাইছে ৷ স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি , সোমবাৰে পুৱা ৮ বজাৰ পৰাই কাৰ্ফিউ…

প্ৰতিশোধ : অধিক বিপদৰ মাজলৈ ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় ছাত্ৰ – ছাত্ৰী

ক্ৰমশ: অধিক বিপদৰ মাজত সোমাই পৰিছে ইউক্ৰেইনত থকা ভাৰতীয় ছাত্ৰ ছাত্ৰীসকল ৷ দেশখনৰ চেকপোষ্টত ভাৰতীয় ছাত্ৰক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপণ হৈছে ৷ ভাৰতে ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ বিৰুদ্ধে ভোটদান নকৰাৰ বাবেই এই প্ৰতিশোধ লোৱা বুলি ছাত্ৰ –ছাত্ৰীসকলে সদৰী কৰিছে ৷ এনে কিছুমান…

ইউক্ৰেইনত ভাৰতীয়ৰ হাহাকাৰ : চাৰি কেন্দ্ৰীয় মন্ত্ৰীয়ে তদাৰক কৰিব উদ্ধাৰ অভিযানৰ

অৱশেষত সাৰ পালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ইউক্ৰেইনক আৱদ্ধ ভাৰতীয় লোকসকলক উদ্ধাৰক লৈ আজি এখন বিশেষ বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি , কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিঙ পুৰী , জ্যোতিৰাদিত্য সিন্ধিয়া , কিৰেন ৰিজিজু আৰু…

ইউক্ৰেইনত কি ধ্বংস কৰিলে ৰাছিয়াই ?ৰাছিয়াৰ কি জব্দ কৰিলে ফ্ৰান্সে ?

যুদ্ধৰ তৃতীয় দিনটোত ৰাছিয়াই দাবী কৰিছে যে এতিয়ালৈকে তেওলোকে ইউক্ৰেইনৰ ৮০০ সেনা ছাউনী ধ্বংস কৰিছে ৷ ইয়াৰ ভিতৰত ১৪ খন বিমান উৰণ ক্ষেত্ৰ , ১৯ টা কামাণ্ড পোষ্ট , ২৪ তা এছ এন্টী এয়াৰক্ৰাফট মিছাইল চিষ্টেম আৰু ৪৮ ৰাডাৰ ষ্টেছন…

পশ্চিমৰ দেশৰ লগত কোনো সম্পৰ্ক নাৰাখে ৰাছিয়াই !

পশ্চিমীয়া দেশৰ লগত কোনো সম্পৰ্ক ৰাখিব নালাগে ৰাছিয়াই ৷ আমেৰিকা – ইউৰোপিয়ান ইউনিয়নকে ধৰি কেবাখনো পশ্চিমীয়া ৰাষ্ট্ৰই ৰাছিয়া আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ পাছত কঠোৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি দমিত্ৰী মেদভদেভে ৷ তেও কয়…