শ্ৰেণী বাণিজ্য

আফগানিস্তানস্থিত ভাৰতীয় দূতাবাসৰ তলা কিয় ভাঙিছে তালিবানে?

ইংৰাজী বাতৰি কাকত হিন্দুস্তান টাইমছে প্ৰকাশ কৰা বাতৰি অনুসৰি তালিবানে বিগত বুধবাৰে কান্দাহাৰ আৰু হেৰাতৰ বন্ধ ভাৰতীয় দূতাবাসত তালাচী চলাইছিল। তালিবান উগ্ৰপন্থীসকলে তলা ভাঙি ভাৰতীয় দূতাবাসত প্ৰৱেশ কৰিছিল। কান্দাহাৰ দূতাবাসত নথিপত্ৰ বিচাৰি আলমাৰি আৰু বাকচবোৰো লণ্ডভণ্ড কৰিছিল তালিবানে। দুয়োটা দূতাবাসত…

 আফগানিস্তালৈ ঘূৰি আহিল তালিবানী শাসন! কি প্ৰভাৱ পৰিব ভাৰতত?

অবজাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ সদস্য কবীৰ তানেজাই প্ৰকাশ কৰা মতে আফগানিস্তানত তালিবানী শাসনৰ প্ৰত্যাৱৰ্তনে ভাৰতত কোনো প্ৰভাৱ নেপেলায়। ভাৰতে এতিয়া মাথো সামগ্ৰিক পৰিস্হিতি প্ৰত্যক্ষ কৰি আছে। বিগত চাৰি-পাঁচ দিনে ভাৰতে তালিবান কিম্বা আফগান চৰকাৰ কাৰো পক্ষেই মন্তব্য প্ৰকাশ কৰা নাই। অৱশ্যে…

বৰ্ধিত কৰকলৈ অসন্তুষ্ট Toyota, ভাৰতত নিজৰ উৎপাদন বৃদ্ধি নকৰাৰ সিদ্ধান্ত

যি সময়ত নৰেন্দ্ৰ মোদী চৰকাৰে সমগ্ৰ বিশ্বৰ কোম্পানী সমূহক ভাৰতত নিজৰ কাৰখানা স্থাপন কৰিবলৈ আহ্বান কৰি আহিছে, তেনে সময়ত প্ৰতিষ্ঠিত গাড়ী নিৰ্মাতা কোম্পানী Toyota এ ভাৰতত নিজৰ উৎপাদন বৃদ্ধি নকৰাৰ সিদ্ধান্ত লৈছে। আজি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি Toyota…

CBI, ED ৰ গোচৰৰ পাছতে কিয় মুম্বাই বিমান বন্দৰৰ পৰিচালনা কৰা GVK গ্ৰুপে আদানীৰ লগত সহযোগ কৰিবলৈ মান্তি হ’ল?

PHOTO COURTESY: ECOLOGISE

দেশত এতিয়া বিমান বন্দৰৰ কিনা বেছা চলিছে। যোৱা কিছুদিন পূৰ্বে আদানী গ্রুপক গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বিমান বন্দৰ ৫০ বছৰৰ বাবে গটাই দিছিল কেন্দ্ৰীয় চৰকাৰে। সেই সময়তে এটা চর্চা চলিছিল যে অতিশীঘ্ৰে ইতিমধ্যে ব্যক্তিগত কৰণ হোৱা মুম্বাই বিমান বন্দৰো যাব আদানী…

এইবাৰ বিগবাজাৰো গ’ল আম্বানীৰ হাতলৈ

photo courtesy: DQ channel

দেশৰ অৰ্থনীতিত ৰিলায়েন্স গ্ৰুপ অৰ্থাৎ আম্বানী পৰিয়ালৰ দপদপনিক কেন্দ্ৰ কৰি বহু অৰ্থনীতিবিদে একচেতিয়া অধিপত্যৰ অশনি সংকেত দি থকাৰ সময়তে ৰিলায়েন্সে এইবাৰ ক্ৰয় কৰিছে Future Group Business ক। উল্লেখযোগ্য যে এই Future Group Business য়ে আমাৰ সকলোৰে পৰিচিত বিগবাজাৰৰ মালিক। প্ৰায়…