Investigative reporting with dedication.
এক ভয়ংকৰ সাদৃশ্য ধৰা পৰিছে বিজেপি আৰু জিন্নাৰ মাজত !

বিজেপি চৰকাৰে ২০১৫ চনত এগৰাকী আৱেদনকাৰীয়ে ইণ্ডিয়া নামটো সলনিৰ বাবে জনোৱা জনস্বাৰ্থজড়িত আবেদন নস্যাৎ কৰিছিল৷।এই মন্তব্য থিৰুৱন্তপুৰমৰ সাংসদ শশী থাৰুৰৰ।২০১৫ চনত দেশৰ নাম ইণ্ডিয়াৰ পৰিবৰ্তে ভাৰত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত এক আবেদন জনাইছিল, যি আৱেদনৰ বিৰোধিতা কৰিছিল স্বয়ং গৃহমন্ত্ৰালয়ে।এই আৱেদনৰ…










