Investigative reporting with dedication.
কথা দি কথা ৰাখিব নোৱাৰি বিপদত মুখ্যমন্ত্ৰী নীতিশ-তেজস্বী !

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছে বিহাৰত । বিহাৰত চাকৰি প্ৰত্যাশীৰ ক্ষোভত পৰিছে মুখ্যমন্ত্ৰীগৰাকী।উল্লেখ্য যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যখনৰ এক লাখ ২০ হাজাৰ বিদ্যালয়ৰ ২৫ হাজাৰ শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰিছিল।পাটনাৰ গান্ধী ময়দানত নিযুক্তি পত্ৰসমূহ বুধবাৰে বিলাইছিল…










