Investigative reporting with dedication.
ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত উপাচাৰ্য সকলৰ বৈঠক

দেশৰ উচ্চ শিক্ষাৰ শীৰ্ষ সংস্থা” এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্চিটিজ”য়ে ২১ আৰু ২২ নৱেম্বৰত গুৱাহাটীত ‘পূব মণ্ডলৰ উপাচাৰ্যসকলৰ বিশেষ বৈঠকৰ আয়োজন কৰিছে। অসম ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ দ্বাৰা আয়োজিত এই বৈঠকৰ বিষয়বস্তু হৈছে “উচ্চ শিক্ষাৰ সৈতে ভাৰতীয় জ্ঞান প্ৰণালীএকত্ৰিত কৰা।” দুদিনীয়া এই…










