The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

ইউক্ৰেইনত আবদ্ধ ২০ হাজাৰ ভাৰতীয় : দেশলৈ উভতিল ৬ হাজাৰ , ২ হাজাৰক আনিলে চৰকাৰে

ইউক্ৰেইনত ক্ৰমাগতভাৱে সপ্তম দিনৰ বাবে আক্ৰমণ অব্যাহত ৰাখিছে ৷ তাৰ মাজতে বিদেশ ৰাজ্য মন্ত্ৰী বি মুৰলীধৰণে ঘোষণা কৰিছে যে ২০ হাজাৰ ভাৰতীয় ইউক্ৰেইনত আবদ্ধ হৈ আছে ৷ ২৪ ফেব্ৰুৱাৰী পৰ্যন্ত ৪০০০ লোক ভাৰতলৈ উভতি আহিছে ৷ মঙলবাৰ পৰ্যন্ত আৰু ২০০০…

ইউক্ৰেইনৰ হাস্পতালতো ৰুছ সেনাৰ আক্ৰমণ

বিগত সাতদিন ধৰি ইউক্ৰেইনত অব্যাহত আছে ৰুছ সেনাৰ আক্ৰমণ ৷ এই আক্ৰমণত মূলত: লক্ষ্য কৰি লোৱা হৈছে ৰাজধানী কিয়েভ , খাৰ্কিবসহ কেবাখনো মুখ্য চহৰক ৷ আজি পুৱাই ৰুছ পেৰাছুটাৰ বাহিনীয়ে খাৰ্কিবৰ এখন চিকিৎসালয়ত আক্ৰমণ কৰে ৷ লগতে ৰুছ সেনাই খেৰ্ছোন…

পূব ইউক্ৰেইনৰ খাৰ্কিভ চহৰত প্ৰচণ্ড গুলিবৰ্ষণত নিহত ভাৰতীয় ছাত্ৰ

ৰাছিয়া-ইউক্ৰেইনৰ সংঘৰ্ষৰ মাজত শেহতীয়াকৈ আহিছে ভাৰতবাসীৰ বাবে এক দুখজনক খবৰ। আজি পূব ইউক্ৰেইনৰ খাৰ্কিভ চহৰত হোৱা প্ৰচণ্ড গুলিবৰ্ষণত নিহত হয় এজন ভাৰতীয় ছাত্ৰ। এম ই এৰ মুখপাত্ৰ অৰিন্দম বাগছীয়ে জনিব দিয়ে এই খবৰ। ছাত্ৰজন খাৰ্কিভ চহৰৰ এক চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত…

Expose: Bhuban Gam’s business nexus with close aide to Sarbanada Sonowal, bureaucrats and litterateur

The Crosscurrent’s special investigative correspondence on the mysterious burning and incineration of Sonapur’s North East Tribal Museum and Cultural Centre that was inaugurated a year ago by one of the foremost political leaders of Assam, one litterateur and Sahitya Akademi awardee, two IAS bureaucrats, one ACS officer, and Bhuban Gam, the BJP candidate for Majuli Assembly constituency’s by-election.

মা, আমি ভয় খাইছো….: ৰাষ্ট্ৰসংঘত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতে পঢ়িলে ৰুছ সেনাৰ চিঠি

‘ মা , আমি এতিয়া ইউক্ৰেইনত ৷ ইয়াৰ পৰিস্থিতি খুবেই বেয়া ৷ ইয়াত সঁচাকৈ যুদ্ধ আৰম্ভ হৈছে ৷ আমি ভয় খাইছো ৷ একেসময়তে সকলো চহৰত বোমা নিক্ষেপ কৰিছো ৷ আনকি সাধাৰণ মানুহকো আক্ৰমণ কৰিছো ৷ আমাৰ খুউব কষ্ট হৈছে মা…৷’…