সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

১৫ ফেব্ৰুৱাৰী পৰা খোলা হ’ব ৰাজ্যৰ শিক্ষানুষ্ঠান: মুখ্যমন্ত্রী

*১৫ ফেব্ৰুৱাৰী পৰা খোলা হ’ব ৰাজ্যৰ শিক্ষানুষ্ঠান।
*ক’ভিডৰ সংক্রণ হ্রাস পোৱা বাবেই এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।
*দুই-তিনিদিনৰ ভিতৰতেই শিথিল হ’ব ৰাতিৰ কাৰ্ফিউ।
*১১ বজালৈ কাৰ্ফিউৰ সময় পিছুৱাই দিয়া হ’ব।
*ক’ভিডৰ সংখ্যা ১০০০ৰ তললৈ আহিলেই শিথিল হ’ব নিষেধাজ্ঞা।
*এই কথা ঘোষণা মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

Leave A Reply

Your email address will not be published.