গ্ৰেপ্তাৰ হ’ব উদ্ধব ভৰালী,জামিন আবেদন নাকচ ন্যায়ালয়ৰ

গ্ৰেপ্তাৰ হব উদ্ধব ভৰালী৷গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে জামিন আবেদন। কেচ ডায়েৰী চোৱাৰ পিছত বৃহস্পতি বাৰে নাকচ কৰে জামিন আবেদন। পূৰ্বতে উচ্চ ন্যায়ালয়ে অন্তৰ্ৱৰ্তীকালিন জামিন মঞ্জুৰ কৰিছিল। ভুক্তভোগীৰ বাণীবদ্ধ ভাষ্য শুনাৰ পিছত আদালতৰ এই সিদ্ধান্ত। ভৰালী বিৰুদ্ধে এগৰাকী তুলি লোৱা ১৩ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ চলোৱাৰ অভিযোগত গোচৰ ৰুজু হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *