দেশৰ কোভিড পৰিস্থিতিক লৈ বৈঠকত বহিব প্ৰধানমন্ত্ৰী মোদী By The CrossCurrent Last updated Jan 13, 2022 Share আজি বিয়লী ৪.৩০ বজাত এক গুৰুত্বপূৰ্ণ বৈঠকত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। সকলো ৰাজ্যৰে মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত অংশ ল’ব প্রধানমন্ত্ৰীয়ে। ভিডিঅ’ কনফাৰেন্সযোগে মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত বহিব মোদী। দেশৰ কোভিড পৰিস্থিতিক লৈ এই বৈঠকত কৰা হ’ব আলোচনা।