মুম্বাই বিমানবন্দৰত জুই : কথমপি বাচিল ৮৫ যাত্ৰী

Share This Article

আজি মুম্বাই বিমানবন্দৰত এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ পুছ বেক ট্ৰলিত জুই লাগে । ফলত বিমানবন্দৰত আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ পুছ বেক ট্ৰলি হৈছে বিমান এখনক টেক্সি-ৱেৰ পৰা ৰানৱেলৈ অনা এখন ট্ৰেক্টৰ সদৃশ বাহন। এই ঘটনা সংঘটিত হোৱা সময়ত বিমানখনৰ ভিতৰত আছিল ৮৫ জন লোক। অগ্নিকাণ্ডৰ ফলত বিমান খনৰ লগতে তাত থকা যাত্ৰী সকলৰ কোনো ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.