কোভিডক লৈ চিন্তিত কেন্দ্ৰ,আজি প্ৰধানমন্ত্ৰীৰ বিশেষ বৈঠক

Share This Article

কোভিডৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে আজি বিয়লি ভাগলৈ এক  বৈঠকৰ আহ্বান কৰিছে। বিয়লি ৪.৩০বজাত অনুষ্ঠিত হব এই বৈঠক।এই বৈঠকত শেহতীয়া কোৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰা হব।এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীকে ধৰি স্বাস্থ্য বিভাগত শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব।  উল্লেখ্যনীয় যে, বিগত ২৪ঘন্টাত কোৰোনাত আক্ৰান্ত হৈ ৩২৭গৰাকীকৈ লোকৰ মৃত্যু হৈছে।

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.