Investigative reporting with dedication.

ভাৰতীয় দলৰ তাৰকা ক্ৰিকেটাৰ পাণ্ডিয়াৰ হাতত এই মূল্যবান ঘড়ী দুটা সম্পৰ্কত নাছিল কোনো ধৰণৰ বৈধ নথি।দেওবাৰে নিশা দলৰ সৈতে উভতি অহাৰ সময়তে শুল্ক বিভাগে পাণ্ডিয়াৰ পৰা জব্দ কৰে এই ৫কোটি টকীয়া ঘড়ী দুটা। হাৰ্দিক পাণ্ডিয়াৰ আছে মূল্যবান ঘড়ীৰ এক বৃহৎ সংগ্ৰহ। তেওঁৰ সংগ্ৰহত আছে পাটেক ফিলিপ নৌটিলাছৰ ৫ কোটি টকাতকৈ অধিক দামী ঘড়ী।

