পূজাৰ বতৰত ৰাজ্যবাসীৰ বাবে ৭টাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Share This Article

◆ দুৰ্গা পূজাৰ সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ৭টাকৈ বৃহৎ ঘোষণা

◆ অৰুনোদয় আঁচনিৰ ধন ৰাশি ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি কৰিছে চৰকাৰে

◆ ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে আৰু ৫ হাজাৰ লোকক প্ৰদান কৰা হ’ব অৰুণোদয় আঁচনি

◆ অহা ১৫ নৱেম্বৰৰ পৰা ৰাজ্য চৰকাৰে পৰ্যায়ক্ৰমে মাইক্ৰ’ফাইনেন্সৰ ঋন উভতাই দিব

◆ ঋন লোৱা ১১লাখ মহিলাক প্ৰদান কৰিব ২৫ হাজাৰকৈ টকা

◆ বাকী থকা ১০ লাখ মহিলাকো ঋণ উভতাই দিয়াৰ প্ৰক্রিয়া আৰম্ভ হ’ব

◆ ১ লাখ চাকৰিৰ প্রক্ৰিয়া চৰকাৰৰ তৰফৰ পৰা আৰম্ভ কৰা হৈছে

◆ শিক্ষা,স্বাস্থ্য, আৰক্ষী আদি বিভাগত নিযুক্তিৰ প্রক্ৰিয়া আৰম্ভ কৰা হৈছে

◆ এতিয়াৰ পৰা ‘মিছন বসুন্ধৰা’ আঁচনিৰ আধীনত মাটি বাৰীৰ সকলো কাম সমাপণ হ’ব অনলাইনতে

◆ Employment Exchangeৰ কাম সমূহো হৈ উঠিব সম্পূৰ্ণ অনলাইন মাধ্যমত

◆ DTO অফিচৰো সকলো কাম অনলাইনতে হ’ব

◆ আধাৰ কাৰ্ডৰ সকলো সমস্যা সমাধান কৰিব ৰাজ্য চৰকাৰে

◆ ৩১ আগষ্টৰ ভিতৰত সকলোকে আধাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.