বিজেপিৰ কোন মৰ্চাৰ দায়িত্বত কোন নেতা?

Share This Article

বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ভবেশ কলিতাই বিভিন্ন মৰ্চাসমূহৰ ৰাজ্যিক বিষয়বীয়াসকলৰ নাম ঘোষণা কৰিছে ৷ সেই অনুসৰি মৰ্চাসমূহৰ সভাপতি সম্পাদকসকল হৈছে –

যুৱ মৰ্চা

সভাপতি – সিদ্ধাংকু অংকুৰ বৰুৱা

সাধাৰণ সম্পাদক – হিমাংশু শেখৰ বৈশ্য

ৰক্তিম খটনিয়াৰ

কিষান মৰ্চা  

সভাপতি- দেৱজিত বৰা

সাধাৰণ সম্পাদক –নিবাৰণ লহকৰ

ইন্দ্ৰানী তহবিলদাৰ

অনুসূচীত জনজাতি মৰ্চা  

সভাপতি-শিৱনাথ ব্ৰক্ষ্ম

সাধাৰণ সম্পাদক – তিলতমা হাছনু

দিগন্ত পাদুন

মহিলা মৰ্চা  

সভানেত্ৰী -আঙুৰলতা ডেকা

সাধাৰণ সম্পাদিকা- হিমাশ্ৰী দেৱী

পূৰৱী ৰয়

অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা

সভাপতি-অশ্বিনী ৰায় চৰকাৰ

সাধাৰণ সম্পাদক – নিপন চেতিয়া

সৌৰভ কুমাৰ নাথ

অনুসূচীত জাতি মৰ্চা

সভানেত্ৰী – মুন স্বৰ্ণকাৰ

সাধাৰণ সম্পাদক –সীমান্ত দাস

অৰ্জুন মজুমদাৰ

সংখ্যালঘু মৰ্চা

সভাপতি শান্তিয়াজ কুজুৰ

সাধাৰণ সম্পাদক- ছাহিদুল ইছলাম

মোস্তাক উদ্দিন আহমেদ

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.