উপ- নিৰ্বাচনৰ বাবে সাজু বিজেপি : কোন মন্ত্ৰীক ক’ৰ দায়িত্ব ?

Share This Article

ৰাজ্যৰ চাৰিটা সমষ্টিত উপ- নিৰ্বাচন অনুষ্ঠিত হোৱাটো এতিয়ালৈকে নিশ্চিত হৈছে ৷ উপ –  নিৰ্বাচনৰ বাবে এতিয়াৰ পৰাই সাজু হৈছে শাসকীয় বিজেপি দল ৷ প্ৰতিটো সমষ্টিৰ উপ – নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে গঠন কৰা হৈছে একোখনকৈ সমিতি ৷ সমষ্টি অনুযায়ী এজন বা দুজন মন্ত্ৰীক উপ – নিৰ্বাচন তদাৰক কৰাৰ দায়িত্ব দিয়া হৈছে ৷ সেই অনুসৰি মৰিয়নী সমষ্টিৰ দায়িত্ব পীয়ূষ হাজৰিকা , সঞ্জয় কিষাণ , মাজুলীৰ দায়িত্ব ডা: ৰণোজ পেগু , বিমল বৰা , তামুলপুৰৰ দায়িত্ব ৰঞ্জিত কুমাৰ দাস আৰু গোসাইগাঁৱৰ দায়িত্ব অশোকানন্দ সিংঘলক প্ৰদান কৰা হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.