Investigative reporting with dedication.

ক্ৰমে তীব্ৰতৰ হৈ পৰিছে কৃষক আইন বিৰোধী আন্দোলন। আজি দিল্লীৰ সিংঘু সীমান্তত বিদ্ৰোহী কৃষকৰ সংগঠনে পুৱা ৮ বজাৰ পৰা অন্নশনত অংশগ্ৰহণ কৰিছে। জানিব পৰা মতে এই অন্নশন কাৰ্যসূচীত অংশগ্ৰহণ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। আজি প্ৰত্যক্ষভাবে আন্দোলনত অংশগ্ৰহণ আপৰ। বিগত ১৮ দিন ধৰি কৃষকসকলে আন্দোলন অব্যাহত ৰাখিছে। আৰু যেতিয়ালৈকে কেন্দ্ৰই বিতৰ্কিত কৃষি আইন বাতিল নকৰে তেতিয়ালৈকে এই আন্দোলন চলি থাকিব বুলি জানিবলৈ দিয়ে কৃষকসকলে।

