Investigative reporting with dedication.

আজি উচ্চতম ন্যায়ালয়ে ৩০ ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্য আৰু বিশ্ববিদ্যালয় সমূহক ফাইনেল পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। মহামান্য উচ্চতম ন্যায়ালয়ৰ আজিৰ ৰায়দানত কয় যে পৰীক্ষা অনুষ্ঠিত নকৰাকৈ কোনো ছাত্ৰ ছাত্ৰীক পাছ কৰোৱাটো ন্যায় সংগত নহয়। অৱশ্যে ন্যায়ালয়ে কয় যে পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়সীমা বৃদ্ধিৰ বাবে UGC ক আবেদন জনাব পাৰিব।




