Investigative reporting with dedication.

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা মহেন্দ্ৰ সিং ধোনীৰ।
আজি ইনষ্টাগ্ৰাম নামৰ এক ছ’ছিয়েল মিডিয়াত দিয়া পোষ্টৰ জৰিয়তে ভাৰতীয় ক্ৰিকেট দলৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অধিনায়ক জনে অৱসৰৰ কথা জানিবলৈ দিয়ে। আই চি চিৰ প্ৰতিটো খিতাপ জয় কৰা ভাৰতীয় ক্ৰিকেটৰ প্ৰথমজন অধিনায়ক ধোনীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনোৱাৰ সিদ্ধান্তই স্বাভাৱিকতেই আচৰিত কৰি তুলিছে তেওঁৰ অনুৰাগীসকলক।




