আছু আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত কি গোপন কথা চলিল?

আছুৰ ৰাভা দিৱসৰ মঞ্চত বিজেপি মন্ত্ৰী-সাংসদ উপস্থিত।তাৰপাছত ৰাইজৰ অগোচৰে কইনাধৰাত মুখ্যমন্ত্ৰী আৰু আছু নেতৃত্বৰ বৈঠক।কিয় অধিক সন্দেহৰ আৱৰ্তত সোমাই পৰিছে সদৌ অসম ছাত্ৰ সন্থা?

Leave a Reply

Your email address will not be published. Required fields are marked *