Intelligence Bureau ৰ শীৰ্ষ পদত অসম সন্তান

Share This Article

Intelligence Bureau ৰ সঞ্চালক পদত নিযুক্তি লাভ কৰিলে অসম সন্তান তপন কুমাৰ ডেকাই । The Appointment Committee of the cabinetৰ অনুমোদনৰ পিছতেই পদোন্নতি লাভ কৰিলে তপন কুমাৰ ডেকাই। বিশেষ শাখাৰ সঞ্চালকৰ পৰা মুখ্য সঞ্চালকলৈ পদোন্নতি লাভ কৰে ডেকাই।
উল্লেখযোগ্য যে, ডেকা হিমাচল প্ৰদেশ কেডাৰৰ ১৯৮৮ batch ৰ IPS বিষয়া।
জানিব পৰা মতে অসম সন্তান তপন কুমাৰ ডেকা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এগৰাকী সক্ৰিয় সদস্য আছিল।
সৰ্বানন্দ সোনোৱালৰ চৰকাৰৰ আমোলত ডেকাক অসমৰ ডিজিপি হিচাপে নিযুক্তি প্ৰদান কৰা হ’ব বুলি যথেষ্ট চৰ্চা চলিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.