১০ বছৰে কিদৰে বঞ্চনা কৰি অহা হৈছে টেট শিক্ষকক?

Share This Article

অসম বিজেপিৰ ২০১৬ চনৰ ভিজন ডকুমেন্টৰ এটা প্ৰতিশ্ৰুতি৷ভিজন ডকুমেন্টৰ পৃ্ষ্ঠা নম্বৰ ২০ ত সন্নিবিষ্ট আছে এই প্ৰতিশ্ৰুতি৷শিক্ষা সম্পর্কীয় এই প্ৰতিশ্ৰুতিত কোৱা হৈছিল,ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি নিয়মীয়া হব৷সেই ভিজন ডকুমেন্টৰ পিছত বিজেপিয়ে অসমত দুবাৰকৈ চৰকাৰ গঠন কৰিলে৷কিন্তু আজিলৈকে টেট শিক্ষকৰ চাকৰি নিয়মীয়া নহল৷তাৰেই পৰিণতিত আজি ৪০ হাজাৰ টেট শিক্ষকৰ গুৰু গর্জন৷আৰম্ভ কৰিছো দ্য ক্ৰছকাৰেন্ট এক্সপ্লেইন৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.