৩৯ টা নিৰ্বাচনত পৰাজয়ৰ পাছত কি ক’লে কংগ্ৰেছ নেতাই ?

Share This Article

কংগ্ৰেছত সৃষ্টি হোৱা বিদ্ৰোহে ক্ৰমাৎ প্ৰবল ৰূপ ধাৰণ কৰিছে ৷ গ্ৰুপ ২৩ ৰ বৈঠকত গান্ধী পৰিয়ালৰ নেতৃত্বৰ ওপৰত মুকলি প্ৰশ্নৰ উত্থাপণ হোৱাৰ পাছত এইবাৰ ইজনৰ পাছত সিজন জ্যেষ্ঠ নেতাই মুখ খুলিবলৈ আৰম্ভ কৰিছে ৷ মণীষ তিৱাৰী , পি চিদাম্বৰমৰ দৰে নেতাই সংবাদমাধ্যমৰ আগত কংগ্ৰেছৰ ভৱিষ্যত সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৷ কি কৈছে কংগ্ৰেছৰ এইসকল জ্যেষ্ঠ নেতাই , চাওক আজিৰ পলিটিক্স অৱ দ্য ডেত –

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.