মাহ নৱেম্বৰ 2022

৮১ বছৰীয়া হ’ল নেপথ্য কণ্ঠশিল্পী দশৰথ দাস

ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰবীণ কণ্ঠশিল্পী দশৰথ দাসৰ ৮১সংখ্যক ওপজা দিন শনিবাৰে পালন কৰা হয়। জন্মদিনত শিল্পীগৰাকীক গুণমুগ্ধই শুভেচ্ছাৰে উপচাই পেলায়। বজালীৰ বাঘমাৰাত উদযাপন কৰা জন্মদিনৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ অনুৰোধত শিল্পী দশৰথ দাসে গালে এটাৰ পিছত এটা তেওঁৰ…

ধেমালিতে পালেগৈ জে’ল

‘পাকিস্তান জিন্দাবাদ ‘ ৰ’ব,নিচিঞৰিব ! এই ধ্বনি দিয়েই গ্ৰেপ্তাৰ হ’ল ৩ জন ।বহিস্কৃত হ’ল কলেজৰ পৰা সেয়ে কৈছোঁ,নিচিঞৰিব ! ডাঙৰকৈ নক’বও এই দুটা শব্দ। ধেমালিতেও উচ্চাৰণ নকৰিব ! ধেমালিতে পাকিস্তান জিন্দাবাদ ধ্বনি দি জে’লত সোমাল ৩ জন।অভিভাৱককো মাতি আনি দিয়া…

‘বিতোপন’ৰ পৃথিৱী এৰি উলটি নহাৰ বাটেৰে গ’লগৈ প্ৰাৰ্থনা

প্ৰেম কিমান গভীৰ হ’লে প্ৰেমিকাৰ মৃতদেহক বিবাহপাশত আৱদ্ধ কৰি অন্তিম বিদায় জনাব পাৰে প্ৰেমিকে । আপুনি হয়তো এনে দৃশ্য প্ৰায়ে দেখিবলৈ পায় ছবি সমূহত কিন্তু আজি আমি আজি যি খবৰ দিব বিচাৰিছোঁ এয়া কোনো ছবিৰ কাহিনীৰ অংশ নহয়। এইয়া সঁচা…

লানি লানি গাড়ী,মালিক কিন্তু প্ৰবঞ্চক

নলবাৰীত আৰক্ষীৰ জালত এজন প্ৰৱঞ্চক।ধৃত প্ৰৱঞ্চকটোৰ নাম ইন্দ্ৰজিৎ দাস। নলবাৰীৰ খাৰজাৰা নিবাসী ইন্দ্ৰজিৎ দাসে ৰাজ্যৰ ভিন্ন ঠাইত প্ৰৱঞ্চনাৰ জাল মেলি গঢ়িছিল সম্পত্তিৰ পাহাৰ।ধুবুৰী,বেলশৰ আৰু নলবাৰী আৰক্ষীয়ে যুটীয়াভাৱে ৰাতিপুৱাৰে পৰা কেবাঘন্টা ধৰি প্ৰৱঞ্চকটোৰ ঘৰত তালাচী চলোৱাৰ অন্তত আটক কৰা হয় ইন্দ্ৰজিত…

সাৱধান !ছেকেণ্ডতে আপোনাক অপৰাধী সজাব আৰক্ষীয়ে !

অসমত কেনেকৈ ভুৱা এনকাউন্টাৰ কৰা হয় ? কেনেকৈ ৰচনা কৰা হয় ভুৱা এনকাউন্টাৰৰ চিত্ৰনাট্য ? এনকাউন্টাৰৰ তদন্ত প্ৰতিবেদনে উদঙালে ভুৱা এনকাউন্টাৰৰ স্বৰূপ ।দ্য ক্ৰছ কাৰেণ্টৰ হাতত কচলুখোৱা এনকাউন্টাৰৰ প্ৰতিবেদন আহি পৰিছেহি। নগাঁৱৰ কীৰ্তিকমল বৰাক আপোনাৰ মনত আছেনে ? বছৰটোৰ প্ৰথমটো…

দুৰ্নীতিমুক্ত অসমত জংঘল কাটিও ধন ঘটিলে বিষয়াই

হাইলাকান্দিত পুখুৰী খনন-জংঘল কটাৰ নামত কেলেংকাৰী সংঘটিত হৈছে । জিলাখনৰ লালা উন্নয়ন খণ্ডত সংঘটিত এই কেলেংকাৰী।কাম নকৰাকৈয়ে ৪৫ লাখ টকা লুণ্ঠনৰ অভিযোগ উত্থাপিত হৈছে উক্ত উন্নয়ন খণ্ডটোত।অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলে ।লালা উন্নয়ন খণ্ডৰ বিষয়া…

মৃত নে জীৱিত -বিভ্ৰান্ত কোন?

মৃত ঘোষণা কৰা দেৱশিশু সৎকাৰ কৰিবলৈ লওতেই জীৱিত অৱস্থাত পোৱা এটা চাঞ্চল্যকৰ ঘটনা সংগঠিত হৈছে ডিব্ৰুগড়ৰ বৈৰাগীমঠত। ডিব্ৰুগড়ৰ বৈৰাগীমঠত এটা ডেৰ মহীয়া দেৱ শিশু চিকিৎসালয়ত মৃত ঘোষণা কৰাৰ পাছত পুনৰ জীৱিত হোৱাৰ অভিযোগ উঠিছে । ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ জালান চাহ বাগিচা…

১০ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা ২০২২

” গ্ৰন্থই মানুহৰ মননশীলতা জৰ্জৰিত কৰি তোলে।বৌদ্ধিক আন্দোলন তৰাম্বিত কৰাত গ্ৰন্থমেলা সমূহে অপৰিসীম ভূমিকা গ্ৰহণ কৰি আহিছে। ” – ভক্স পপুলিৰ উদ্যোগত গোলাঘাট জিলা প্ৰশাসন আৰু বিভিন্ন দল- সংগঠনৰ সহযোগত শুকুৰবাৰৰপৰা গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত গোলাঘাট সাহিত্য উৎসৱ আৰু…

ফে’চবুকৰ পৰা ঠিকনা আঁতৰালেনে?

সলনি হ’ব ফে’চবুক ! প্ৰফাইলত থাকিব নোৱাৰিব ৪ টা বিষয় ! প্ৰ’ফাইলৰ পৰা আঁতৰাব লাগিব সেই ৪ টা বিষয় !১ ডিচেম্বৰৰ আগতেই আঁতৰাওক এই চাৰিটা বিষয়ৰ তথ্য।কি এই ৪ টা বিষয় ? ধৰ্ম,আসক্তি,ৰাজনৈতিক আদৰ্শ ,ঠিকনা আদিৰ দৰে ব্যক্তিগত তথ্য থাকিব…

খোল-তালৰ ছেৱত মুখৰ হ’ব ঐতিহাসিক শিৱসাগৰ

ঐক্য সম্প্ৰীতিৰ মিলন ভূমিত পৰিণত হৈ পৰিল শিৱসাগৰত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম ভিত্তিত অনুষ্ঠিত হবলগীয়া ভাওনা সমাৰোহৰ স্থলী। আজি শুকুৰবাৰৰ দিনা সম্প্ৰীতিৰ এক অনন্য ছবি দেখিবলৈ পোৱা গ’ল এই ভাওনা সমাৰোহৰ মণ্ডপত৷ইছলাম ধৰ্মালম্বী লোকে সমূহীয়া দোৱা কৰে ভাওনা সমাৰোহৰ মণ্ডপত৷যুগ…