মাহ জানুৱাৰী 2022

দেশৰ কোভিড পৰিস্থিতিক লৈ বৈঠকত বহিব প্ৰধানমন্ত্ৰী মোদী

আজি বিয়লী ৪.৩০ বজাত এক গুৰুত্বপূৰ্ণ বৈঠকত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। সকলো ৰাজ্যৰে মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত অংশ ল’ব প্রধানমন্ত্ৰীয়ে। ভিডিঅ’ কনফাৰেন্সযোগে মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত বহিব মোদী। দেশৰ কোভিড পৰিস্থিতিক লৈ এই বৈঠকত কৰা হ’ব আলোচনা।

ৰকেট বিজ্ঞানী এছ সোমনাথক ‘ইছৰো’ৰ অধ্যক্ষ হিচাপে নিযুক্তি

বিশিষ্ট ৰকেট বিজ্ঞানী এছ সোমনাথক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) অধ্যক্ষ হিচাপে নিযুক্তি। লগতে মহাকাশ সচিব হিচাপেও নিযুক্তি দিয়া হৈছে এছ সোমনাথক। কৰ্মচাৰী মন্ত্ৰালয়ৰ এক নিৰ্দেশত এছ সোমনাথক নিযুক্তি।  বৰ্তমান বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰৰ(ভিএছএছচি) সঞ্চালক হিচাপে কৰ্মৰত  সোমনাথ। শুক্ৰবাৰে ইছৰো…

৫০ মহিলালৈ কংগ্ৰেছৰ টিকট আৰু কি পৰিকল্পনা প্ৰিয়ংকাৰ ?

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে ১২৫ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ৷ ইয়াৰ ভিতৰত আছে ৫০ গৰাকী মহিলা প্ৰাৰ্থী ৷ বেছিভাগ মহিলাই যোগী আদিত্যনাথৰ শাসনকালত নিৰ্যাতন বা প্ৰতাৰণাৰ সন্মুখীন হৈছে ৷ বিজেপিৰ বিৰুদ্ধে প্ৰতীকি প্ৰতিবাদ হিচাপেই এইসকল…

সত্যপাল মালিকলৈ প্ৰধানমন্ত্ৰী মোদীৰ ভয় কিয় ?

মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যিমান আক্ৰমণ কৰিছে , আন কোনো বিৰোধী নেতাইও কৰা নাই ৷ কৃষক আন্দোলনক লৈ প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা স্থিতিক লৈ সদায় সোচ্চাৰ হৈ আহিছে সত্যপাল মালিক ৷ বিষয়টো লৈ তেও আনকি নিজে প্ৰধানমন্ত্ৰী মোদীক…

অ’ বি চি নেতাৰ বিদ্ৰোহে কঁপাইছে বিজেপিৰ ভেটি

উত্তৰ প্ৰদেশ ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য ৷ এই ৰাজ্যখনত আছে ৮০ টা লোকসভা সমষ্টি ৷ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন ৭ টা পৰ্যায়ত অনুষ্ঠিত হ’ব ৷১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ ৷ ফলাফল ঘোষণা কৰা হ’ব ১০ মাৰ্চত ৷ প্ৰাথমিক দৃষ্টিত বিজেপি…

বিজেপি শিবিৰত ধুমুহা : আৰু এজন বিধায়কৰ দলত্যাগ

উত্তৰ প্ৰদেশবিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি শিবিৰত ধুমুহাৰ সৃষ্টি হৈছে ৷ দুজন কেবিনেট মন্ত্ৰী, তিনিজন বিধায়কে বিজেপিৰ পৰা পদত্যাগ কৰাৰ পাছত আজি আৰু এজন বিধায়কে পদত্যাগৰ কথা ঘোষণা কৰিছে ৷ বৃহস্পতিবাৰে শিকোহাবাদৰ বিধায়ক মুকেশ বাৰ্মাই পদত্যাগৰ…

ৰাজ্যপাল জগদীশ মুখী কোভিডত আক্ৰান্ত

অসমৰ ৰাজ্যপাল জগদীশ মুখী কোভিড-১৯ত আক্ৰান্ত। বুধবাৰে ৰাজ্যপাল গৰাকীৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ। বৰ্তমান গুৱাহাটী এপ’ল হাস্পতালত চিকিৎসাধীন হৈ আছে ৰাজ্যপাল জগদীশ মুখী ।  

কোভিডৰ দ্ৰুত সংক্ৰমণ…..

দেশত কোভিডৰ দ্ৰুত সংক্ৰমণ। ভাৰতত বিগত ২৪ ঘণ্টাত ২,৪৭,৪১৭ জন আক্ৰান্ত হৈছে কোভিড-১৯ ত। কোভিডৰ তৃতীয় ঢৌত বুধবাৰে বিগত ২৪ ঘণ্টাত সৰ্বাধিক আক্ৰান্ত হৈছে ভাৰতত। এসপ্তাহ আগৰ তুলনাত সংক্ৰমণ ১৬৫% তকৈও অধিক বৃদ্ধি হৈছে। মৃত্যু হৈছে ৩৮০ জন। লগতে অমিক্ৰণত…

কালিলৈ DSP পোছাক পৰিধান কৰিব লাভলীনা বৰগোহাঁইয়ে

টকিঅ অলিম্পিকত ব্ৰঞ্জৰ পদত লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী অসমীয়া বিজয়ী লাভলীনা বৰগোহাঁইয়ে বুধবাৰে উপ-আৰক্ষী পদত যোগদান কৰিব। গুৱাহাটী জনতা ভ্ৰমণত এক অনুষ্ঠানত যোগদান কৰিব অসম গৌৰৱ লাভলীনাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু কেইজন মন্ত্ৰী-বিধায়ক উপস্থিত থাকিব অনুষ্ঠানত।…

নাগালেণ্ডত আফস্পা আইন বাতিলৰ দাবীত প্ৰতিবাদ

আজি পুৱা ৬ বজাৰ পৰা আফস্পা আইন বাতিলৰ দাবীত আৰু মন জিলাৰ গণ হত্যাৰ ন্যায়ৰ দাবীত নাগালেণ্ডৰ শ শ নগা ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। নাগালেণ্ড চৰকাৰে বান্ধি দিয়া ক’ভিড প্ৰ’টকল মানি, মাস্ক পৰিধান কৰি ছয় বছৰীয়া শিশুৰ পৰা আৰম্ভ কৰি…