সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অখিল গগৈ, ধৈৰ্য-মানস-বিটুৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল NIA-ৰ

অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিটু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে থকা NIAৰ ১৩/১৯ নং গোচৰৰ চাৰ্জশ্বীট দাখিল কৰিছে NIA-এ । উল্লেখ্য যে বৃহস্পতিবাৰে চাবুৱা থানাৰ তিনিটা গোচৰত গ্ৰেপ্তাৰ হৈছিল অখিল গগৈ। প্ৰথম ৯০ দিনত নিয়াই চাৰ্জশ্বীট দাখিল কৰাত ব্যৰ্থ হৈছিল। আজি চাৰ্জশ্বীট দাখিল কৰাৰ পিছত নেতাকেইজনৰ জামিন আবেদনৰ শুনানি আৰম্ভ হ’ব।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.