Tag unitednation

দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বিশেষ বৈঠক।

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বিশেষ বৈঠক। ক’ভিড-১৯ সৃষ্ট পৰিস্থিতি আৰু প্ৰতিষেধকক লৈ আলোচনা ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্কস্থিত কাৰ্যালয়ত। এই আলোচনাত বহিছে বিশ্বৰ বিভিন্ন দেশ, সংগঠন আৰু ৰাষ্ট্ৰসংঘৰ নেতৃত্ব। ভাৰতত প্ৰতিষেধক বিতৰণৰ অন্যতম প্ৰতিষ্ঠান ছিৰাম ইনষ্টিটিউটৰ মুখ্য কাৰ্যবাহী…

মহামাৰীৰ মাজত নতুন জীৱন: ভাৰতত জন্ম হ’ব ২.১০ কৌটি শিশু

মহামাৰীৰ সংঘাতৰ মাজতে আহিছে নতুন জীৱনৰ খবৰ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে চলিত বছৰৰ মাৰ্চ মাহৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত সমগ্ৰ বিশ্বত ১১ কৌটি ৬০ লাখ শিশুৰ জন্ম হ’ব৷ আৰু জন্মৰ তালিকাৰ শীৰ্ষস্থানত থাকিব ভাৰত৷ সংস্থাটোৰ মতে ভাৰতত এই সময়ছোৱাত জন্ম…